ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Tech

নতুন পদক্ষেপ মহাকাশত, দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ

নিউজ ডেস্কঃ

News Desk by News Desk
November 18, 2022
Reading Time: 1 min read
A A
0
নতুন পদক্ষেপ মহাকাশত, দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ মহাকাশলৈ উৎক্ষেপণ কৰা হ’ল। হায়দৰাবাদৰ ব্যক্তিগত কোম্পানী ‘স্কাইৰুট এৰোস্পেচʼৰ দ্বাৰা নিৰ্মিত ৰকেটটো শুকুৰবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়। ইয়াৰ নাম ‘বিক্ৰম-এছ’ ৰখা হৈছে।

দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ
Successful launch of private rocket ‘Vikram-S:

ইছৰোৰ সূত্ৰ অনুসৰি, ‘বিক্ৰম-এছ’ উৎক্ষেপণৰ পিছতে নিৰ্দিষ্ট কক্ষপথত সফলতাৰে উপনীত হয়। ‘স্কাইৰুট এৰোস্পেচʼৰ এই অভিযানৰ কোড নাম আছিল ‘প্ৰম্ভা’। উল্লেখ্য, ব্যক্তিগত পদক্ষেপত নিৰ্মাণ কৰা প্ৰথমটো ৰকেটৰ নাম ভাৰতৰ প্ৰখ্যাত গৱেষক তথা মহাকাশ পথ প্ৰদৰ্শক বিক্ৰম সাৰাভাইৰ নামেৰে ৰখা হৈছে।

‘বিক্ৰম-এছʼৰ উৎপাদন কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৱনকুমাৰ চন্দনাই জনায় যে চলিত মাহৰ আৰম্ভণিতে তেওঁলোকৰ ৰকেট নিৰ্মাণৰ কাম সফলভাৱে সমাপ্ত হৈছে। ১২ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত এই উন্মোচন হʼব। ইছৰোৰ এক সূত্ৰৰ মতে, ইঞ্জিনটোৰ কিছু বিশদ পৰীক্ষাৰ বাবে সময়সীমা অলপ পিছুৱাই দিয়া হৈছে। শুকুৰবাৰে এই সফল উৎক্ষেপণৰ কথা টুইটাৰযোগে প্ৰস্তুত কোম্পানীটোৱে ঘোষণা কৰে।

‘বিক্ৰম-এছ’ হৈছে একক পৰ্যায়ৰ উপ-কক্ষপথৰ ৰকেট। এই ৰকেটে বিক্ৰম ছিৰিজৰ অন্যান্য ৰকেটৰ কাৰিকৰী ক্ষমতা পৰীক্ষা কৰাত সহায় কৰিব। উল্লেখ্য, ২০২০ চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশত মহাকাশ গৱেষণাৰ ব্যাপক সংস্কাৰৰ পথ গ্ৰহণ কৰিছিল। সিদ্ধান্ত লোৱা হৈছে যে কেৱল ইছৰোৱেই নহয়, ব্যক্তিগত কোম্পানীয়েও এইবাৰ ভাৰতত মহাকাশৰ ৰকেট নিৰ্মাণ কৰিব পাৰিব। কৃত্ৰিম উপগ্ৰহ আৰু ইয়াৰ আনুষংগিক সঁজুলি তৈয়াৰ কৰিব পাৰে।

ইছৰোৰ বাহিৰেও দেশৰ মহাকাশ গৱেষণাত ব্যক্তিগত কোম্পানীক জড়িত কৰিবলৈ এটা সুকীয়া সংস্থা গঠনৰ প্ৰস্তাৱো কেইবছৰমান পূৰ্বে কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছিল। সংস্থাটোৰ নাম দিয়া হৈছে, ‘ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACE)’।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Successful launch of private rocket 'Vikram-S'ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ
Share4Tweet3Send

Related Posts

‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য
National-International

‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য

by News Desk
March 25, 2023
50
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

by Staff Reporter
March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

by Staff Reporter
March 25, 2023
50
Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?
National-International

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

by News Desk
March 24, 2023
54
Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ
National-International

Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ

by News Desk
March 24, 2023
54
North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ
National-International

North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ

by News Desk
March 24, 2023
53
ADVERTISEMENT
‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য
National-International

‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য

March 25, 2023
50
অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’
Guwahati

অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

March 25, 2023
50
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
50
‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য

‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য

March 25, 2023
অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

March 25, 2023
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1849) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5201) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: