ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

জীৱনকালত ২৩৬ জন ৰোগীক হত্যা কৰি অৱশেষত আত্মহত্যা ‘ডাঃ ডেথ’ৰ

বিশেষ প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
November 5, 2022
Reading Time: 1 min read
A A
0
জীৱনকালত ২৩৬ জন ৰোগীক হত্যা কৰি অৱশেষত আত্মহত্যা ‘ডাঃ ডেথ’ৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

জীৱনৰ দূত বাস্তৱত আছিল ‘মৃত্যু দূত’। চিকিৎসক হোৱাৰ পিছতো তেওঁ দুশৰো অধিক ৰোগীক হত্যা কৰিছিল। কোনো কোনোৱে এই সংখ্যা ২৫০ বুলি দাবী কৰে। সেইবাবেই ইতিহাসে হেৰল্ড শ্বিপমেনক ‘মৃত্যু চিকিৎসক (Doctor Death)’ বুলি কয়। ২০০০ চনত হেৰল্ডে নিজৰ ১৫ জন ৰোগীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হয়। অৱশ্যে তেওঁ কমেও ২৫০ জন ৰোগীক হত্যা কৰাৰ সন্দেহ। ইয়াৰে অধিকাংশই বৃদ্ধা মহিলা।

হেৰল্ড শ্বিপমেন

কিন্তু কোন এই হেৰল্ড শ্বিপমেন?

১৯৪৬ চনত ইংলেণ্ডৰ নটিংহামত জন্মগ্ৰহণ তেওঁৰ। লিডছ স্কুল অব মেডিচিনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল। ১৯৭৬ চনত টডমৰ্ডেনৰ এখন চিকিৎসালয়ত কাম কৰিবলৈ আৰম্ভ কৰে।

ৰোগীয়ে ইচ্ছা কৰিলে অবৈধ বিষনাশক ঔষধৰ ভুৱা প্ৰেছক্ৰিপচন দিছিল। আগতে তেওঁ নিজেই উক্ত পেইন কিলাৰৰ প্ৰতি আসক্ত হৈ পৰিছিল। চিকিৎসা আৰম্ভ কৰাৰ পিছত হেৰল্ডক বছৰি ৬০০ পাউণ্ড জৰিমনা বিহা হৈছিল। বৰ্তমান ভাৰতীয় মুদ্ৰাত তাৰ মূল্য ৫৫ হাজাৰ ২৫৫ টকা। জেনেৰেল মেডিকেল কাউন্সিলে তেওঁক প্ৰেকটিছ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।
তিনি বছৰৰ পাছত হেৰল্ডে গ্ৰেটাৰ মানচেষ্টাৰত পুনৰ বৃত্তি আৰম্ভ কৰে। বিশেষজ্ঞ হিচাপে নহয়, সাধাৰণ চিকিৎসক হিচাপে।

১৯৯৩ চনত হাইডত হেৰল্ডে নিজৰ প্ৰেকটিছ আৰম্ভ কৰে। তেওঁ প্ৰায় তিনি হাজাৰ ৰোগীক চাইছিল। ১৯৯৮ চনত কেথলিন গ্ৰাণ্ডী নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগত হেৰল্ডক গ্ৰেপ্তাৰ কৰা হয়। ২০০২ চনত হেৰল্ডৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। তদন্তত দেখা গৈছে যে তেওঁ ১৯৯৯ চনত ১৫ জন ৰোগীক হত্যা কৰিছিল।

প্ৰথম সন্দেহযুক্ত ব্যক্তি আছিল ডেবৰা মেছি নামৰ এগৰাকী মহিলা। সময় আছিল ১৯৯৮ চনৰ মাৰ্চ মাহ। ডেবৰাই এটা অন্ত্যেষ্টিক্ৰিয়া গৃহত কাম কৰিছিল। তেওঁ উল্লেখ কৰে যে বিগত বছৰবোৰত মৃত্যু হোৱা লোকৰ এক বৃহৎ অংশ হেৰল্ডৰ চিকিৎসাৰ অধীনত আছিল। সেই কথা তেওঁ আৰক্ষীক জনায়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যদিও প্ৰমাণৰ অভাৱত তদন্ত বন্ধ কৰি দিছিল।

১৯৯৮ চনৰ আগষ্ট মাহত এজন টেক্সি চালকৰো একেই সন্দেহ আছিল। জন শ্ব’ নামৰ চালকজনে আৰক্ষীক জনোৱা মতে, তেওঁ কেইবাগৰাকীও বৃদ্ধাক হেৰল্ডৰ চেম্বাৰলৈ লৈ গৈছিল। পিছত গম পালে যে তেওঁলোকৰ মৃত্যু হৈছে। জনৰ দাবী যে তেওঁলোকৰ কোনোৱেই মৃত্যুবৰণ কৰিব পৰাকৈ অসুস্থ নাছিল।সেই বছৰতে কেথলিন গ্ৰাণ্ডীৰ ঘৰতে মৃত্যু হয় ১৯৯৮ চনৰ জুন মাহত। গ্ৰাণ্ডীৰ চিকিৎসা কৰিছিল হেৰল্ডে।

কেথলিনৰ কন্যা এঞ্জেলা উড্ৰাফ পেছাত এগৰাকী উকীল। মাকৰ মৃত্যুৰ পিছত তেওঁ গম পালে যে কেথলিনে তেওঁৰ সকলো সম্পত্তি চিকিৎসকজনক দিছে। ইয়াৰ পিছত এঞ্জেলাৰ সন্দেহ বাঢ়ি আহিল। তেওঁ আৰক্ষীক সেই কথা জনায়।

আৰক্ষীয়ে কেথলিনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰে। বৃদ্ধাগৰাকীৰ মৃতদেহত উদ্ধাৰ হৈছে হেৰোইন (Dimorphine)। ডায়েমৰ্ফিন কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।
আৰক্ষীৰ জেৰাৰ সময়ত হেৰল্ডে দাবী কৰে যে কেথলিনে মদ্যপান কৰি আছিল। নিয়মিতভাৱে মৰ্ফিন, হেৰোইন খাইছিল। অৱশ্যে তাৰ প্ৰমাণ বিচাৰি নাপালে আৰক্ষীয়ে।

যেতিয়া তেওঁলোকে কেথলিনৰ ঘৰলৈ যায়, তেতিয়া তেওঁলোকে উপলব্ধি কৰে যে হেৰল্ডে তেওঁৰ টাইপৰাইটাৰ ব্যৱহাৰ কৰি ভুৱা উইলখন তৈয়াৰ কৰিছিল। ইয়াৰ পিছত আৰক্ষীয়ে হেৰল্ডৰ ১৫ জন ৰোগীৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰে। ডাইমৰ্ফিন সকলোৰে শৰীৰত পোৱা যায়। হেৰল্ডে প্ৰতিজন ৰোগীৰ প্ৰেছক্ৰিপচনত লিখিছিল যে তেওঁ মৃত্যুমুখত পৰিছে।

১৯৯৮ চনৰ ৭ ছেপ্টেম্বৰত হেৰল্ডক গ্ৰেপ্তাৰ কৰা হয়। ২০০০ চনত তেওঁক যাবজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল।২০০১ চনত ইংলেণ্ড চৰকাৰৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে ২৩৬ জন ৰোগীক হেৰল্ডে হত্যা কৰিছিল।

২০০৪ চনৰ জানুৱাৰী মাহত হেৰল্ডে ৱেকফিল্ড কাৰাগাৰত আত্মহত্যা কৰে। সংবাদ মাধ্যমৰ মতে, আত্মহত্যাৰ পূৰ্বে হেৰল্ডে আৰক্ষীক জনাইছিল যে তেওঁৰ আত্মহত্যাৰ ফলত যাতে তেওঁৰ পত্নীয়ে পেঞ্চন লাভ কৰিব পাৰে।

Tags: হত্যা
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx