ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত বাছৰ ভিতৰতে ৰহস্যজনকভাৱে বাছ চালকৰ মৃতদেহ উদ্ধাৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2019
Reading Time: 1 min read
A A
0

RELATED POSTS

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

ASSAM TIMES POST,ডিফুঃ আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত বাছৰ ভিতৰতে ৰহস্যজনকভাৱে এজন বাছ চালকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ডিফুৰ পৰা বৈঠালাংছ’ লৈ যোৱা সুমিত্ৰা নামৰ AS 01 KC 3471 ট্ৰেভেলাৰ বাছখন বৈঠালাংছৰ পৰা ঘূৰি আহি ডিফু লিছা কাউণ্টাৰৰ সম্মূখৰ ৰাস্তাৰ কাষত গাড়ীখন ৰখাই চালক আৰু হেণ্ডিমেনে নিশাৰ আহাৰ গ্ৰহণ কৰি চালক গাড়ীৰ সম্মূখৰ চালকৰ আসনত দৰ্জাৰ পিনে পোনাই শুই পৰে আৰু হেণ্ডিমেন পিছফালৰ আসনত শুই পৰে ৷

পুৱা দেৰিলৈকে চালকজন শুই থকা দেখি তেওঁক জগাবলৈ গৈহে তেওঁৰ মৃত্যু হৈছে বুলি হেণ্ডিমেনে গম পায়৷ ইয়াৰ পিছতে চাৰিও ফালে হুৱা- দুৱা লাগে৷ পিছত পশ্চিম কাৰবি আংলঙৰ খেৰণিৰ পৰা মৃত চালকজনৰ পৰিয়ালৰ লোক আহি চালকজন খেৰণিৰ মৃত হেমাৰী টেৰণৰ পুত্ৰ বিনোদ টেৰণ (৩৪) বুলি চিনাক্ত কৰে৷ মৃত্যুৰ সময়ত টেৰণে পত্নী সহ দুটি সন্তান আৰু আত্মীয় স্বজন এই সংসাৰত এৰি থৈ গৈছে৷ ইয়াৰ পূৰ্বে ডিফুৰ দণ্ডাধীশ উপাসনা দত্তই মৃত চালক জনৰ চুৰতহাল কৰে৷

পিছত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ আনহাতে চালকজনৰ অকাল মৃত্যুৰ খবৰ লাভ কৰি কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায় আৰু কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম ঘটনাস্থলীত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মৃতকৰ পত্নীক চালক সন্থাৰ তৰফৰ সামান্য সাহায্য প্ৰদান কৰে৷ চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে মটৰ শ্ৰমিক আৰু চালক সকলৰ নুন্যতম সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে সামাজিক কল্যাণ নিধিৰ আঁচনিৰে উপকৃত কৰিব লাগে বুলি চৰকাৰ তথা পৰিষদলৈ দাবী জনায় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share6Tweet4Send

Related Posts

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন
KARBI ANGLONG

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

by Staff Reporter
November 21, 2026
56
Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা
KARBI ANGLONG

Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

by Staff Reporter
November 20, 2026
70
৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি
KARBI ANGLONG

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

by ASSAM TIMES POST
November 17, 2026
67
কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

by ASSAM TIMES POST
November 16, 2026
83
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

by ASSAM TIMES POST
November 16, 2026
70
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

by News Desk
November 15, 2026
58
ADVERTISEMENT
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
50
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন
KARBI ANGLONG

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
56
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d