ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাৰিদুৱাৰত বিনামূলীয়া দুমহীয়া সামৰিক প্ৰশিক্ষণ শিবিৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 8, 2019
Reading Time: 1 min read
A A
0
চাৰিদুৱাৰত বিনামূলীয়া দুমহীয়া সামৰিক প্ৰশিক্ষণ শিবিৰ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সামৰিক বাহিনী ১০৬নং ৰেজিমেন্ট আৰু লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচনে দুমহীয়া সামৰিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। সামৰিক-অৰ্ধ সামৰিক বাহিনীত নৱপ্ৰজন্মক মকৰল কৰাবলৈ যুৱক-যুৱতী সকলক শাৰিৰীক-মানসিক-শৈক্ষিক ইত্যাদি বিভিন্ন দিশত প্ৰাক-প্ৰশিক্ষনৰে প্ৰস্তুত কৰি বিগত ৫ বছৰে ধৰি প্ৰশিক্ষণ প্ৰদান কৰি অহা লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচন আৰু ভাৰতীয় সেনাবাহিনীয়ে যুগ্ম ভাৱে শিবিৰ অনুষ্ঠিত কৰে। প্ৰতিবছৰে কৰাৰ দৰে এই বছৰো ধাৰাবাহিকতা ৰক্ষা কৰি দুমহীয়া শিৱিৰৰ আয়োজন কৰিছে সামৰিক বাহিনী ১০৬নং ৰেজিমেন্ট আৰু লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচনে।

RELATED POSTS

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

WhatsApp Image 2019 11 08 at 5.54.09 AM | ASSAM TIMES POST

উভয়ৰে উদ্যোগত কালি চাৰিদুৱাৰ সীমান্ত মিলন সংঘত শুভাৰম্ভ কৰা হয় এই প্ৰশিক্ষণ শিবিৰ। সেনাৰ সহযোগত আয়োজিত এই প্ৰচেষ্ঠাই বিগত দিনবোৰৰ দৰে এইবাৰো বহু নিবনুৱা উপকৃত হব বুলি সকলো আশাবাদী আৰু লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচনৰ এই প্ৰচেষ্ঠাক সকলোৱে একেমুখে শলাগ লৈছে।

কালিৰ অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বালিপৰা জিলা পৰিষদৰ সদস্য মৃনাল শইকীয়া, সামৰিক-অৰ্ধ সামৰিক বাহিনীত নৱপ্ৰজন্মক মকৰল কৰাবলৈ যুৱক যুৱতী সকলক শাৰিৰীক-মানসিক-শৈক্ষিক ইত্যাদি বিভিন্ন দিশত প্ৰাক-প্ৰশিক্ষনৰে প্ৰস্তুত কৰি বিগত ৫বছৰে ধৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচন আৰু ভাৰতীয় সেনাবাহিনীয়ে।

এই ধাৰাৱাহিকতা ৰক্ষা কৰি এইবছৰো দুমহীয়া শিৱিৰৰ আয়োজন কৰিছে সামৰিক বাহিনী ১০৬নং ৰেজিমেন্ট আৰু লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচনে। উভয়ৰে উদ্যোগত আজি চাৰিদুৱাৰ সীমান্ত মিলন সংঘত শুভাৰম্ভ কৰা হয় এই প্ৰশিক্ষণ শিবিৰৰ। সেনাৰ সহযোগত আয়োজিত এই প্ৰচেষ্ঠাই বিগত দিনবোৰৰ দৰে এইবাৰো বহু নিবনুৱা উপকৃত হব বুলি সকলো আশাবাদী আৰু লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচনৰ এই প্ৰচেষ্ঠাক সকলোৱে একেমুখে শলাগ লৈছে।

WhatsApp Image 2019 11 08 at 5.54.10 AM | ASSAM TIMES POST

গণেশ লুইতপৰিয়াই আত ধৰা অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বালিপৰা জিলা পৰিষদৰ সদস্য মৃনাল শইকীয়া,ধূৰ্ব দাস, বিদ্যালয় টিৰ শিক্ষক শিক্ষয়ত্ৰী,১০৬ নং সেনাবাহিনীৰ অধিনায়ক কৰ্ণেল অনুৰাগ মোহন তথা প্ৰাক্তন সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মী,ছাত্ৰ ছাত্ৰী,চাৰিদুৱাৰ আৰক্ষী থানাৰ প্ৰভাৰি বিষয়াৰ লগতে বহু স্থানীয় ৰাইজ উপস্হিত থাকে। চতিয়াৰ বিধায়ক গৰাকীয়ে এনে এক মহান কৰ্মত ব্ৰতি হোৱাৰ বাবে গণেশ লুইতপৰীয়া নেতৃত্বাধীন লুইতপৰীয়া শৈক্ষিক ফাউণ্ডেচনৰ ভূয়সী প্ৰশংসা কৰে।

ৰাইজে আশা কৰিছে অনাগত দিনত এই ধৰণৰ কৰ্মই নিৱনুৱা সমস্যা সমাধান কৰাত সহায়ক হব আৰু প্ৰগতিৰ বাট মুকলি হব। দুমহীয়া এই প্ৰশিক্ষণ চলিব জ্ঞান বিকাশ অকাডেমীত। আগ্ৰহী সকলে ৮৬৩৮২৪৫৩৫৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Tags: FeaturedFeatured2
Share69Tweet3Send

Related Posts

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
ADVERTISEMENT
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx