ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

চীনক ৰুধিবলৈ ইজিপ্তৰ সৈতে মিত্ৰতা ভাৰতৰ!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 18, 2022
Reading Time: 1 min read
A A
0
চীনক ৰুধিবলৈ ইজিপ্তৰ সৈতে মিত্ৰতা ভাৰতৰ!

RELATED POSTS

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ ইজিপ্তক সমৰ্থন আগবঢ়াইছে ভাৰতে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই অঞ্চলত শান্তি বজাই ৰখাৰ বাবে দুয়োখন দেশে যৌথভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি ইংগিত দিছে।

চীনক ৰুধিবলৈ ইজিপ্তৰ সৈতে মিত্ৰতা ভাৰতৰউল্লেখ্য, তেওঁ প্ৰথমবাৰৰ বাবে দুদিনীয়া ইজিপ্ত ভ্ৰমণলৈ গৈছে। বৈদেশিক মন্ত্ৰী ছামেহ সৌখৰীৰ সৈতে হোৱা এক বৈঠকত জয়শংকৰে কেইবাটাও বিষয়ত আলোচনা কৰে। তাৰ পিছত তেওঁ এই সন্দৰ্ভত টুইট কৰে। তাত তেওঁ লিখিছে, “এই উপমহাদেশৰ বিকাশৰ বিষয়ে বিস্তৃত আলোচনা হয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত মত বিনিময় কৰা হয়।”

জয়শংকৰৰ এই টুইটটো অতি তাৎপৰ্যপূৰ্ণ বুলি দাবী কৰিছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞসকলে। কাৰণ চীনে ইতিমধ্যে আফ্ৰিকাত নৌসেনাৰ ঘাটি নিৰ্মাণ কৰিছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে বেইজিঙে ইজিপ্তৰ ওপৰত সাগৰীয় বাণিজ্যৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিছে। এনে অৱস্থাত তেওঁলোকে দাবী কৰিছিল যে ইজিপ্তে ভাৰতৰ সৈতে হাত মিলাই প্ৰতিশোধ লʼবলৈ আগবাঢ়ি আহিছে।

এই বৈঠকত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উপৰি ইউক্ৰেইন যুদ্ধৰ বিষয়েও আলোচনা কৰা বুলি বৈদেশিক মন্ত্ৰী জয়শংকৰে কয়। এটা টুইটত তেওঁ লিখিছে, “দুটা মেৰুত বিভক্ত এখন পৃথিৱীক এতিয়া মুক্ত চিন্তাৰ প্ৰয়োজন।” তেওঁ কয় যে ভাৰত আৰু ইজিপ্তে জি-২০ বা ব্ৰিকছৰ দৰে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেলগে কাম কৰি আছে।

আনহাতে, ইজিপ্তৰ বৈদেশিক মন্ত্ৰীয়েও জয়শংকৰৰ কথাক প্ৰশংসা কৰে। উল্লেখ্য, বিগত শতিকাৰ শীতল যুদ্ধৰ সময়ত ইজিপ্তৰ সৈতে ভাৰতে অসংলগ্ন আন্দোলন আৰম্ভ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে প্ৰথমবাৰৰ বাবে ইজিপ্ত ভ্ৰমণ কৰাৰ সময়তো এই বিষয়টো উত্থাপন কৰে। মন কৰিবলগীয়া যে ২০২২ চনত দুয়োখন দেশৰ ৭৫ বছৰৰ কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণ হয়।

দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ ই ছিছিৰ লগত সাক্ষাৎ কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শঙ্কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা এখন ব্যক্তিগত পত্ৰ ইজিপ্তৰ ৰাষ্ট্ৰপতিক অৰ্পণ কৰে। পৰৱৰ্তী সময়ত জয়শংকৰে ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত তেওঁ ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীৰ আতিথ্যৰ কথা উল্লেখ কৰি টুইট কৰে।

দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাজধানী কাইৰোৰ আল হোৰিয়া পাৰ্কলৈ যায় জয়শংকৰ। তাতে তেওঁ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২০১৯ চনত মহাত্মা গান্ধীৰ জন্ম শতবাৰ্ষিকীত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। বৰ্তমান ইজিপ্তত প্ৰায় ৩ লাখ ৫০ হাজাৰ ভাৰতীয় বাস কৰে। ইয়াৰে অধিকাংশই কাইৰোৰ বাসিন্দা। আলেকজেণ্ড্ৰিয়া, পোৰ্ট ছাইদ আৰু ইছমাইলিয়াতো বহু ভাৰতীয় বাস কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চীন
Share4Tweet3Send

Related Posts

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

by News Desk
September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
51
ADVERTISEMENT
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
50
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d