ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

চীনা সেনাৰ কবলত নেকি দুই অৰুণালী যুৱক?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 15, 2022
Reading Time: 1 min read
A A
0
চীনা সেনাৰ কবলত নেকি দুই অৰুণালী যুৱক?

RELATED POSTS

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

চীনৰ সীমান্তত ঔষধ বিচাৰি নিৰুদ্দেশ হৈছে অৰুণাচলৰ দুজন যুৱক। অঞ্জৱ জিলাৰ ঘটনা এয়া। আৰক্ষীৰ মতে, ১৯ আগষ্টত বটেইলুম টিকৰো আৰু বেইংছো মনু নামৰ দুজন যুৱকে গোইলিয়াঙত থকা ঘৰ এৰি চাগলাম অঞ্চললৈ ৰাওনা হয়। যোৱা ২৪ আগষ্টৰ পৰা এতিয়াও উদ্ধাৰ হোৱা নাই।

বিগত ডেৰ মাহ ধৰি পৰিয়ালৰ লোকে নিজাববীয়াকৈ দুই যুৱকক বিচাৰি ফুৰিছে। অৱশেষত তেওঁলোকে আৰক্ষীৰ কাষ চাপে। অঞ্জৱৰ আৰক্ষী অধীক্ষক ৰিকি কামছিয়ে জনোৱা মতে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ বাবে দুয়োজন লোকক চীনা সেনাই বন্দী কৰাৰ সন্দেহ কৰিছে পৰিয়ালটোৱে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “আমি নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ গাঁৱৰ পৰিয়ালৰ সদস্য আৰু ৰাইজৰ পৰা বিবৃতি সংগ্ৰহ কৰিছো। তাত থকা মানুহবোৰ প্ৰায়ে ফল-মূল, শস্য, খাদ্য, ঔষধ বিচাৰি হাবিত প্ৰৱেশ কৰে। কেইবাদিনো কটায়। মোবাইল নেটৱৰ্ক নাই। গোইলিয়াঙৰ পৰা সেই অঞ্চললৈ খোজ কাঢ়ি যাবলৈ ১০-১২ দিন লাগে।”

চলিত বৰ্ষৰ জানুৱাৰী মাহত অৰুণাচলৰ আপাৰ চিয়াঙৰ বনাঞ্চলত চীনা সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গাতে লাগি থকা এলেকাৰ পৰা মিৰাম টাৰন নামৰ ১৭ বছৰীয়া যুৱক এজনক অপহৰণ কৰিছিল। সেই খবৰটো প্ৰথমতে ভাৰতীয় সেনাক জনোৱা হোৱা নাছিল।

পিছত ভাৰতৰ হেঁচাত পি এল এয়ে মিৰামক ধৰি ৰখাৰ কথা স্বীকাৰ কৰে। ৯ দিনৰ মূৰত মুকলি কৰি দিয়া হয়। উভতি অহাৰ সময়ত মিৰামে কয় যে পি এল এ শিবিৰত লাইটাৰৰ দৰে যন্ত্ৰ এটাৰে তেওঁক কেইবাবাৰো হতচকিত কৰা হৈছিল। হত্যাৰ ভয়ত চকুত পটি বান্ধি থকাৰ সময়তে তেওঁৰ চাৰিওফালে গুলীচালনা কৰা হয়।

লগতে ২০২০ চনত আপাৰ সোৱণশিৰি জিলাৰ নাচো চক্ৰৰ পৰা চীনা সেনাই ৫ জন যুৱকক অপহৰণ কৰিছিল। তেওঁলোকে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ হাবিত খাদ্য সংগ্ৰহ কৰিবলৈ গৈছিল। দীঘলীয়া কূটনৈতিক আলোচনাৰ অন্তত তেওঁলোকে পাঁচজন লোকক কিবিথুলৈ আনি মুকলি কৰি দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অৰুণাচল
Share4Tweet3Send

Related Posts

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

by News Desk
September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
51
ADVERTISEMENT
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
50
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d