![]()
দুৰ্নীতি গুৰুত্ব অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা টেট শিক্ষক ভিক্টৰ দাসক নিলম্বন।শিক্ষা বিভাগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে নিলম্বন দাস।১৩ছেপ্টেম্বৰত শিক্ষা বিভাগে নিলম্বন কৰিছিল।আনহাতে আৰক্ষী জিম্মাত সাতদিন থকাৰ পিছত দাসে উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে জামিন।ইতিমধ্যে অন্তৱৰ্তী জামিনত মুকলি হৈছে দাস।
তাপৰ্যপূৰ্ণ কথাযে চৰকাৰৰ অধীনৰ কোনো কৰ্মচাৰীক আৰক্ষীৰ জিম্মাত ৪৮ঘন্টা থাকিলেই নিয়ম অনুসৰি নিলম্বন হয়।কিন্তু একাংশই চৰকাৰী শিক্ষক ভিক্টৰে কোচিং চেণ্টাৰত টিউটৰ হিচাপে কৰি থকা বাবেই নিলম্বন কৰা বাবে বুলি প্ৰচাৰ চলাইছে।











