ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

চৰকাৰ উৎখাত কৰিবলৈ দিল্লীতো বিজেপিৰ ‘অপাৰেচন লোটাছ’? বিধায়কক ঘোচৰ প্ৰস্তাৱৰ অভিযোগ উত্থাপন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 24, 2022
Reading Time: 1 min read
A A
0
চৰকাৰ উৎখাত কৰিবলৈ দিল্লীতো বিজেপিৰ ‘অপাৰেচন লোটাছ’? বিধায়কক ঘোচৰ প্ৰস্তাৱৰ অভিযোগ উত্থাপন

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, কৰ্ণাটকৰ দৰে দিল্লীতো চৰকাৰ উৎখাত কৰিবলৈ ‘অপাৰেচন লোটাছ’ চলোৱা হৈছে বুলি দাবী আম আদমী পাৰ্টীৰ নেতৃত্বৰ। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ পিছত এইবাৰ আপৰ বিধায়ক সৌৰভ ভৰদ্বাজে দাবী কৰে যে বিজেপি নেতৃত্বই আপৰ বিধায়কসকলক দল ত্যাগ কৰিলে ৫ কোটি টকাৰ ঘোচ দিয়াৰ প্ৰস্তাৱ দিয়ে।

বিজেপিৰ আকৌ অভিযোগ, এতিয়া বিজেপিৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলাই নিজক বচাবলৈ চেষ্টা কৰিছে অৰবিন্দ কেজৰিৱালৰ দলটোৱে। কাৰণ আবকাৰী দুৰ্নীতিৰ বাবে বিকল হৈ পৰিছে এই দলটো।

উল্লেখ্য, আবকাৰী দুৰ্নীতিৰ গোচৰৰ সৈতে জড়িত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাসগৃহত যোৱা সপ্তাহত চিবিআইয়ে অভিযান চলাইছিল। দিল্লীত আপ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে এই অনুসন্ধান কৰা হৈছে, আৰু বিজেপিয়ে তেওঁক দলৰ পৰা বিচ্ছিন্ন হʼবলৈ প্ৰস্তাৱ দিছে বুলি যুক্তি দি ছিছোদিয়াই ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেনে ক্ষেত্ৰত বিজেপিয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰত্যাহাৰ কৰাৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰো প্ৰস্তাৱ দিছিল।

অৱশ্যে ইতিমধ্যে বিজেপিয়ে এই অভিযোগ খাৰিজ কৰিছে। আজি সৌৰভ ভৰদ্বাজে দাবী কৰে, “বিজেপিয়ে কেৱল ছিছোদিয়াই নহয়, অন্য আপৰ বিধায়কক ৫ কোটি টকাৰ বিনিময়ত দলত্যাগ কৰাৰ প্ৰস্তাৱ দিছে। আন ৰাজ্যৰ দৰে ইয়াতো চৰকাৰ উৎখাত কৰিবলৈ ‘অপাৰেচন লোটাছ’ আৰম্ভ কৰিছে বিজেপি নেতাসকলে।” বিজেপিৰ নেতাৰ লগত প্ৰস্তাৱ সংক্ৰান্তত হোৱা কথোপকথনৰ ৰেকৰ্ড তেওঁৰ হাতত আছে বুলি দাবী কৰে সৌৰভে। উপযুক্ত সময়ত জনসাধাৰণৰ মাজলৈ অনা হʼব বুলিও তেওঁ কয়৷

ইফালে আপৰ অভিযোগ অস্বীকাৰ কৰি বিজেপিয়ে দাবী কৰিছে যে কেজৰিৱালৰ দলৰ সকলো মিছলীয়া। আপে নিজৰ দলৰ কাৰোবাক ঘোচ দিবলৈ আহ্বান জনাই বিজেপি নেতাৰ বক্তব্য হিচাপে প্ৰমাণ কৰাৰ কৌশল গ্ৰহণ কৰিছে।

বিজেপিৰ আই টি শাখাৰ মুৰব্বী অমিত মালৱিয়াই কয়, “যদি শেষত কেজৰিৱালে স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক পদ্ম বিভূষণৰ বাবে, শিক্ষামন্ত্ৰী ছিছোদিয়াক ভাৰত ৰত্নৰ বাবে আৰু নিজকে অস্কাৰৰ বাবে মনোনীত কৰি দিয়ে, তেন্তে তেওঁ অনুগ্ৰহ কৰি সোনকালেই নতুন আবকাৰী নীতি কিয় প্ৰত্যাহাৰ কৰা হʼল সেই কথা বুজাই দিবনে? সেই নীতি প্ৰণয়ন কৰিবলৈ আপ নেতাসকলে কিমান টকা খৰচ কৰিছিল? কেজৰিৱালে ইয়াৰ পূৰ্বে জনসাধাৰণক জনাইছিল যে ঘোচ লোৱা আৰু দিয়া নীতি নিৰ্ধাৰণৰ বাবে দিল্লী চৰকাৰ কিমান ক্ষতিগ্ৰস্ত হৈছে।”

Tags: চৰকাৰ
Share4Tweet3Send

Related Posts

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

by News Desk
June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

by News Desk
June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

by News Desk
June 1, 2026
50
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি
National-International

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

by News Desk
June 1, 2026
50
Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫
National-International

Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫

by News Desk
June 1, 2026
50
Rajya Sabha Election : ৰাজ্যসভা নিৰ্বাচনক লৈ চাপত হাত শিবিৰ
National-International

Rajya Sabha Election : ৰাজ্যসভা নিৰ্বাচনক লৈ চাপত হাত শিবিৰ

by News Desk
June 1, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx