![]()
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ এক আবেদন গ্ৰহণ কৰি প্ৰশাসক কমিটীৰ হাতত আৰু কোনো ক্ষমতা নাথাকিব বুলি প্ৰকাশ কৰিছে। আনহাতে, উচ্চতম ন্যায়ালয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) নিৰ্বাচন এসপ্তাহ পিছুৱাই দিয়ে।
ইয়াৰ পূৰ্বে আগষ্টৰ শেষ সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। উক্ত নিৰ্বাচন এতিয়া ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হʼব।









