ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

অৰবিন্দ কেজৰিৱালৰ সুৰা নীতিক লৈ চিবিআইৰ তদন্তৰ দাবী দিল্লীৰ লেফটেনেণ্ট জেনেৰেলৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 23, 2022
Reading Time: 1 min read
A A
0
অৰবিন্দ কেজৰিৱালৰ সুৰা নীতিক লৈ চিবিআইৰ তদন্তৰ দাবী দিল্লীৰ লেফটেনেণ্ট জেনেৰেলৰ

RELATED POSTS

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

অৰবিন্দ কেজৰিৱালৰ প্ৰশাসনৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি দিল্লীৰ লেফটেনেণ্ট জেনেৰেল বিনয় কুমাৰ ছাক্সেনাই চিবিআইৰ তদন্তৰ বাবে অনুৰোধ জনাইছে।

তেওঁ দাবী কৰে যে আৰ্থিক সুবিধাৰ বিনিময়ত কেজৰীৰ চৰকাৰে বহু সুৰা বিক্ৰেতাক অবৈধভাৱে অনুমোদন জনাইছে। বহুক্ষেত্ৰত মনীষ ছিচোদিয়াৰ পৰ্যায়ৰ মন্ত্ৰীসকলে এই প্ৰক্ৰিয়াৰ পৰা লাভৱান হৈছে।

অৱশ্যে আম আদমী পাৰ্টিয়ে লেফটেনেণ্ট জেনেৰেলৰ অভিযোগ অস্বীকাৰ কৰিছে। আপৰ অভিযোগ কোৱা হৈছে যে এই সকলোবোৰ কেন্দ্ৰৰ হেতালি খেলা। আপৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা দেখি তেওঁলোকে এই সকলো অভিযোগেৰে দলটোক বদনাম কৰাৰ চেষ্টা চলাইছে।

শুকুৰবাৰে আপৰ নতুন সুৰা নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি বিনয়ে কয় যে এই নীতি সম্পূৰ্ণৰূপে ৰাজ্যৰ সুৰা ব্যৱসায়ীসকলক বিশেষ সুবিধা প্ৰদানৰ বাবে ৰচনা কৰা হৈছে। এই নীতি অনুসৰি অৰবিন্দ প্ৰশাসনে সমগ্ৰ দিল্লীৰ ৩২টা জʼনত ৮৪৯ জন লোকক সুৰা ব্যৱসায় কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষৰ নাম উল্লেখ কৰি বিনয়ে কয় যে মনীষৰ লগতে তেওঁৰ দৰে বহু আপ নেতা-মন্ত্রীয়ে ইয়াৰ বিনিময়ত সুৰা ব্যৱসায়ীসকলৰ পৰা আর্থিক সুবিধা লৈছে৷ আনকি মনীষে নিবিদা আহ্বান কৰাৰ পাছতো বিনয়ে ব্যৱসায়ীসকলক অতিৰিক্ত সুবিধা দিয়াৰ অভিযোগো উত্থাপন কৰে।

আপে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি কয় যে এয়া ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ প্ৰয়াস। কেন্দ্ৰই আপৰ গতি ৰথ ৰখাবলৈ সংকল্পবদ্ধ হৈছে। দিল্লীৰ পিছত পঞ্জাবত যিদৰে চৰকাৰ গঠন কৰিছে, তেওঁলোকে ভয় খাইছে।

উল্লেখ্য, শেহতীয়াকৈ আপে গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিছে। পঞ্জাবৰ দৰে প্ৰধানমন্ত্ৰীৰ ৰাজ্যত বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে কেজৰিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কেজৰিৱাল
Share5Tweet3Send

Related Posts

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d