
সভ্য সমাজক লজ্জিত কৰা ঘটনাৰ সংঘটিত গুৱাহাটী মহানগৰীত।৬৫ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলী এগৰাকী ১২বছৰীয়া কিশোৰী।ধৃত লম্পট বামুনীমৈদাম ৰেলৱে কলনীৰ ৰতন দত্ত।
প্ৰাপ্ত খবৰ মতে লম্পটতোৰ পেছাত কণী ব্যৱসায়ী।বামুনিমৈদামৰ আৰপিএফ খেল পথাৰৰ সমীপত দীৰ্ঘদিন ধৰী লম্পট ৰতন দত্তই টকা আৰু কণী দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ।
ভাস্কৰ নগৰৰ বীৰাংগনা মহিলা সমিতিৰ অনুসন্ধানত পোহৰলৈ আহিছে এই লজ্জিত কাণ্ড।সমগ্ৰ ঘটনাটো মহিলা সমিতিক মেনেজৰ চেষ্টা কৰিছিল লম্পতটোৱে।













