ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

বৃহস্পতিবাৰে ভাগ্য নির্ধাৰণ হ’ব উদ্ধৱ থাকৰেৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 29, 2022
Reading Time: 1 min read
A A
0
আকৌ অস্বস্তি! কোভিড নিয়ম উলংঘাৰ অভিযোগ উদ্ধৱ থাকৰেৰ বিৰুদ্ধে

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

আমোদজনক হৈ উঠিছে মহাৰাষ্ট্রৰ ৰাজনৈতিক নাটক। বৃহস্পতিবাৰে পুৱা ১১ বজাত বহিব মহাৰাষ্ট্র বিধানসভাৰ বিশেষ অধিবেশন। ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিয়ে বিধানসভাৰ সচিব ৰাজেন্দ্র ভগৱতক পত্ৰ লিখি অধিবেশন আহ্বান জনাবলৈ কৈছে।

Screenshot 2022 06 23 09 53 29 18 680d03679600f7af0b4c700c6b270fe7 | ASSAM TIMES POST

পুৱা ১১ বজাত আহ্বান জনোৱা হৈছে বিশেষ অধিবেশন। তাত আস্থা ভোটত আস্থা অর্জন কৰিব লাগিব উদ্ধৱ থাকৰেয়ে। মঙ্গলবাৰে নিশা ৰাজভৱনলৈ গৈ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিক সাক্ষাৎ কৰি বিজেপি নেতা দেবেন্দ্র ফড়নবিশে আস্থা ভোটৰ আবেদন জনায়।

ইয়াৰ পিছতে বিধানসভাৰ সচিবলৈ পত্ৰ দিয়ে ৰাজ্যপালে। উল্লেখ্য, একনাথ শিন্ডেসহ বিদ্রোহী শিৱসেনা বিধায়কসকল এতিয়াও গুৱাহাটীতে আছে। বৃহস্পতিবাৰে বিদ্রোহী বিধায়কসকল আস্থা ভোটত উপস্থিত থাকিব বুলি জনা গৈছে। ইফালে বিদ্রোহী শিৱসেনা বিধায়কসকল বুধবাৰে পুৱাতে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়।

তাতেই শিন্ডেয়ে সাংবাদিকক জনায়, বৃহস্পতিবাৰেই তেওঁলোক মুম্বাইলৈ যাব। আনহাতে, আস্থা ভোটৰ পোনপটীয়া সম্প্রচাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে। সমগ্র প্রক্রিয়াটো কেমেৰাত ৰেকৰ্ড কৰা হ’ব। আনহাতে, শিন্ডেয়ে এতিয়াও দাবী কৰি আছে যে তেওঁৰ লগত ৫০ জন বিদ্রোহী বিধায়ক আছে। তাৰে ভিতৰত ৪০ জনেই শিৱসেনা বিধায়ক।  

২৮৭ আসনৰ মহাৰাষ্ট্র বিধানসভাত মেজিক নম্বৰ ১৪৪। মহা বিকাশ আগাড়ি অর্থাৎ শিৱসেনা–এনচিপি–কংগ্রেছৰ যৌথ চৰকাৰৰ হাতত আছে ১৫২ বিধায়ক। কিন্তু তাৰে মাজত বিদ্রোহ কৰি আছে শিন্ডেৰ দাবী অনুযায়ী প্রায় ৫০ জনে। এতিয়া বৃহস্পতিবাৰে নিৰ্ধাৰণ হ’ব মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ ভাগ্য। 

Tags: উদ্ধৱ থাকৰে.
Share4Tweet3Send

Related Posts

Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
50
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
50
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
50
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
50
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
50
Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy
Political

Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy

by ASSAM TIMES POST
December 17, 2024
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx