ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

আকৌ অস্বস্তি! কোভিড নিয়ম উলংঘাৰ অভিযোগ উদ্ধৱ থাকৰেৰ বিৰুদ্ধে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 23, 2022
Reading Time: 1 min read
0
আকৌ অস্বস্তি! কোভিড নিয়ম উলংঘাৰ অভিযোগ উদ্ধৱ থাকৰেৰ বিৰুদ্ধে

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব নিযুক্তি

যোগীৰ দ্বিতীয়টো মুখ্যমন্ত্রীত্বৰ কাৰ্যকালত প্রথম ১০০ দিনতেই ৫২৫জনক আৰক্ষীৰ এনকাউন্টাৰ

শক্তি পৰীক্ষাত জয়লাভ শিন্ডেৰ, আস্থা ভোটত ১৬৪ বিধায়কৰ সমর্থন

ADVERTISEMENT

মহাৰাষ্ট্ৰৰ মহাবিকাশ অঘাৰী চৰকাৰৰ উত্তাল অৱস্থাক লৈ ইতিমধ্যে বিপাকত পৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। ইফালে কোভিড নিয়ম উলংঘা কৰাৰ বাবে উদ্ধৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিজেপি নেতা তাজিন্দৰ পাল সিং বাগ্গাই। তাজিন্দৰৰ অভিযোগ অনুসৰি কোভিড আক্ৰান্ত হৈ থকাৰ সময়তে নিয়ম ভংগ কৰি সমৰ্থকসকলৰ সৈতেও সাক্ষাৎ কৰে উদ্ধৱে ৷

বুধবাৰে মুখ্যমন্ত্রীৰ কার্যালয়ৰ এজন বিষয়াই জনোৱা মতে, মুখ্যমন্ত্ৰী ক’ৰোনাত আক্ৰান্ত হৈছে৷
কিন্তু উদ্ধৱে বুধবাৰে সন্ধিয়া এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ সৈতে তেওঁৰ বাসভৱনত বৈঠকত বহি মহাৰাষ্ট্ৰ চৰকাৰক সংকটৰ অন্ত পেলাবলৈ আহ্বান জনায়। আলোচনাৰ অন্তত বুধবাৰে নিশা উদ্ধৱে নিজৰ চৰকাৰী বাসগৃহ ‘বৰ্ষা’ এৰি মাতোশ্ৰীস্থিত পূৰ্বপুৰুষৰ ঘৰলৈ যায়। আৰু তাৰ পিছত উদ্ধৱে এজনতকৈ অধিক সমৰ্থকক সাক্ষাৎ কৰি সৌজন্যতাৰ আদান-প্ৰদান কৰে।

উল্লেখ্য যে;তাজিন্দৰে মুখ্যমন্ত্রীৰ বিৰুদ্ধে মুম্বাইৰ মালাবৰ পাহাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰি কয় যে কৰ’না আক্ৰান্ত হোৱাৰ পাছতো তেওঁ এনেধৰণৰ কাম কৰিছে৷তেওঁ টুইটাৰত এই অভিযোগৰ এখন ছবিও প্ৰকাশ কৰে। আনহাতে উদ্ধৱৰ কাপুৰুষ শাসনক লৈ প্ৰশ্ন উত্থাপন কৰে বিজেপি নেতা অমিত মালভিয়াই।

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: উদ্ধৱ থাকৰে.
Share5Tweet3Send

Related Posts

সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব নিযুক্তি
Political

সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব নিযুক্তি

by Staff Reporter
July 5, 2022
53
সংখ্যালঘু উন্নয়নৰ ধন খৰচত অনীহা : বিতর্কত যোগী আদিত্য নাথ
Political

যোগীৰ দ্বিতীয়টো মুখ্যমন্ত্রীত্বৰ কাৰ্যকালত প্রথম ১০০ দিনতেই ৫২৫জনক আৰক্ষীৰ এনকাউন্টাৰ

by Staff Reporter
July 5, 2022
56
গুৱাহাটীত ৪০ বিসম্বাদী বিধায়কক লৈ শিৱসেনা নেতা একনাথ চিন্দে, ৰেডিচন ব্লুত বাহৰ
Political

শক্তি পৰীক্ষাত জয়লাভ শিন্ডেৰ, আস্থা ভোটত ১৬৪ বিধায়কৰ সমর্থন

by Staff Reporter
July 4, 2022
60
নূপুৰ শৰ্মাক ভৰ্ৎসনা কৰি ব্যক্তিগত আক্রমণৰ সন্মুখীন ন্যায়াধীশ!
Political

নূপুৰ শৰ্মাক ভৰ্ৎসনা কৰি ব্যক্তিগত আক্রমণৰ সন্মুখীন ন্যায়াধীশ!

by Staff Reporter
July 4, 2022
60
শিৱসেনা নেতা সঞ্জয় ৰাউতক ১১ ঘণ্টা ধৰি ইডিৰ জেৰা
Political

শিৱসেনা নেতা সঞ্জয় ৰাউতক ১১ ঘণ্টা ধৰি ইডিৰ জেৰা

by Staff Reporter
July 2, 2022
52
মহাৰাষ্ট্রত চৰকাৰৰ পৰা আঁতৰাৰ লগে লগেই আয়কৰ জাননী শাৰদ পাৱাৰলৈ
Political

মহাৰাষ্ট্রত চৰকাৰৰ পৰা আঁতৰাৰ লগে লগেই আয়কৰ জাননী শাৰদ পাৱাৰলৈ

by Staff Reporter
July 2, 2022
56
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794709
Total views : 4876918
Who's Online : 20
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: