ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Stories

গিনিজ বুক অৱ ৰেকৰ্ডছত অভিলেখ:একেলগে ৯ টি কৈ সন্তানৰ জন্ম

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
June 10, 2022
Reading Time: 1 min read
A A
0
গিনিজ বুক অৱ ৰেকৰ্ডছত অভিলেখ:একেলগে ৯ টি কৈ সন্তানৰ জন্ম

RELATED POSTS

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

logo new 2 1 | ASSAM TIMES POST

মালীৰ ২৬ বৰ্ষীয় মাতৃ হালিমা কাছেই একেলগে জন্ম দিছে ৯ টি কৈ সন্তান। হালিমা আৰু স্বামী আব্দুলকাদেৰ আৰ্বিয়ে ২০২১ ৰ ৪মে’ তেই ৫ জনীকৈ কন্যাসন্তান আৰু ৪ টি কৈ ল’ৰা সন্তানৰ পিতৃ-মাতৃ হৈ গিনিজ বুক অৱ ৰেকৰ্ডছত অভিলেখসংখ্যক সন্তান একেলগে জন্ম দিয়াৰ ৰেকৰ্ড গঢ়িছিলে।

একেলগে ৯ টি কৈ সন্তানৰ জন্মএটি বৰ্ষ সম্পূৰ্ণ কৰিলে এই আশ্চৰ্যকৰ ঘটনাই। ৩০ সপ্তাহৰ গৰ্ভাৱস্থাৰ পিছত হালিমাই চিকিৎসালয়ত একেলগে আটাইকেইটা সন্তান জন্ম দিছিলে,আৰু ভাল লগা তথা আচৰিত কথা যে,আটাইকেইটা সন্তানেই সুস্থ অৱস্থাত আছিল। কন্যসন্তান কেইজনী হৈছে ক্ৰমে-ফাটৌমা,হাৱা,আদামা,কাদিদিয়া আৰু ঔমৌ। ল’ৰাসন্তানকেইটি ক্ৰমে-ঔমৰ,বাহ,মহম্মদ ভাই আৰু ইলহাজি-এই আটাইকেইজনেই আন সুস্থ-সবল শিশুৰ দৰেই ডাঙৰ হৈছে আৰু লাহে লাহে বগুৱা বাবলৈ বা চুচৰিবলৈয়ো আৰম্ভ কৰিছে।

হালিমা আৰু স্বামী আব্দুলকাদেৰউক্ত বক্তব্যখিনি সুখী আৰু গৰ্বিত পিতৃ আব্দুলকাদেৰৰ। আনহাতে একেদৰেই মাতৃ হালিমাও নিজ সন্তানকেইটিকে ধৰি গোটেই পৰিয়ালটি লৈ খুবেই সুখী বুলি জনাই। ইয়াৰ লগতে আন এষাৰ কথাও হালিমাই কয় যে-ন-কৈ জন্মা ৯ টি শিশুৰ যতন লোৱা কাৰ্যই যে তেওঁক প্ৰায়েই লেবেজান কৰি পেলাই। পিছে যিমানে যি নহওক কেলৈ মাতৃত্ব আৰু পিতৃত্বৰ সুখৰ অনুভৱ অনিৰ্বচনীয়।

৯ টি কৈ সন্তানৰ জন্মএইকেইটি সন্তানৰ লগতে তেওঁলোকৰ আন এজনী চৌদা নামৰ ৩বছৰীয়া কন্যা সন্তানো আছে। সহজ একেবাৰেই নাছিল যদিও,এয়া সম্ভৱপৰ হৈ উঠিলে-আব্দুলকাদেৰ এইদৰে মন্তব্য কৰে। সন্তানকেইটি জন্মৰ আগে আগেই মাতৃ হালিমাক ম’ৰক্কোৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু পিতৃ আব্দুলকাদেৰ চৌদাৰ সৈতে মালীৰ গৃহতেই আছিলে।

পৰৱৰ্তী সময়তহে,কেইবামাহৰো পিছত গোটেই পৰিয়াল একত্ৰ হৈছিল। প্ৰথমেই চিকিৎসকে ভাবিছিলে হালিমাই মুঠ ৭ টি সন্তান জন্ম দিছে। পিছে নাই,পৰৱৰ্তী কিছু সময়ৰ ভিতৰত আন দুটি সন্তানো জন্ম দিয়ে হালিমাই। ভাগ্যক্ৰমে মৰক্কোৰ সৰ্ব্বোত্তম নৱজাত শিশুৰ যত্ন লোৱা চিকিৎসা প্ৰতিষ্ঠানৰ সুবিধা দিবলৈ সক্ষম হৈছিলো। -চিকিৎসক ইউচুফ আলাঐয়ে এই কথা জানিবলৈ দিয়ে।

পূৰ্বে একেলগে ৮ টি সন্তান জন্ম দি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাদ্যা চুলেইমানৰ অভিলেখ ভাঙিলে হালিমাহঁতে। প্ৰথমেই ৯টিকৈ সন্তান একেলগে জন্মাৰ লগতেই জীয়ায়ো থকাৰ পূৰ্বৰ কোনো অভিলেখ গিনিজ বুক অৱ ৰেকৰ্ডছত নাই। নৱজাত শিশুকেইটি মাথোঁ কেইঘন্টামানহে জীয়াই থাকিব বুলি ভাবিছিলে।

পিছে সকলো অভিলেখ ভাঙিলে হালিমাৰ সন্তানকেইটিয়ে। সন্তানকেইটিৰ স্বাস্থ্যৰ সম্পূৰ্ণ চোৱা-চিতা চিকিৎসালয়ৰ তৰফৰ পৰা অব্যাহত থাকিব আৰু শিশুকেইটিৰ বাঢ়ন্ত অৱস্থাৰ প্ৰতিটো ঢাপকেই উদযাপন কৰিব পৰা কৰি তোলাৰ প্ৰয়াস কৰিব। “প্ৰথম বছৰটোৰ দৰে সুন্দৰ বছৰ হয়তো নাহিব। আম পাৰ কৰা প্ৰত্যেকটো মূহুৰ্তলৈ আমি সুখী”-পিতৃ আব্দুলকাদেৰৰ মন্তব্য।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: একেলগে ৯ টি কৈ সন্তানৰ জন্ম
Share7Tweet5Send

Related Posts

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer
Stories

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

by ASSAM TIMES POST
August 4, 2024
52
The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future
ALL NEWS

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

by ASSAM TIMES POST
June 26, 2024
62
“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”
Stories

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

by ASSAM TIMES POST
April 14, 2024
53
“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”
Stories

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

by ASSAM TIMES POST
April 13, 2024
55
৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই
Stories

৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই

by ASSAM TIMES POST
February 13, 2024
99
“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”
Stories

“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”

by ASSAM TIMES POST
February 4, 2024
57
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d