ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ প্ৰহাৰত মৃতপ্ৰায় মাতৃ

ASSAM TIMES POST by ASSAM TIMES POST
October 15, 2019
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

নগাঁও, ১৫ অক্টোবৰ: মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে নগাঁও জিলা । আজি পুৱাতেই ৰক্তাক্ত হল নগাঁৱৰ ৰাইদঙীয়াৰ মধুপুৰ গাওঁ । কুলাংগাৰ পুত্ৰই লোহাৰৰ ৰদেৰে মৰিয়াই মৰিয়াই মৃতপ্ৰায় কৰিলে নিজ মাতৃ সৰুছোৱালী দাসক। পিতৃ বিনোদ দাসৰ নিৰ্দেশত কুলাংগাৰ পুত্ৰই এনে দুষ্কার্য সংঘটিত কৰা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে সীমা বিবাদক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত হয় । পিছত পিতৃ বিনোদ দাসৰ নিৰ্দেশত সৰু পুত্ৰ কৃষ্ণমণি দাস ওৰফে মাতিয়াই লোহাৰ ৰদেৰে মৰিয়াই মৃতপ্ৰায় কৰিলে নিজ মাতৃ সৰুছোৱালী দাসক ।

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

ঘটনা সংঘটিত কৰি পিতৃ বিনোদ দাস আৰু পুত্ৰই পলায়নৰ কৰে যদিও ৰাইজে পুত্ৰ কৃষ্ণমণিক ধৰি বিদ্যুতৰ খুটাত বান্ধি উত্তম মধ্যম শোধায় ৷ আনহাতে স্হানীয়লোকে সংকটজনক অৱস্থাত আহত সৰুছোৱালী দাসক নগাঁৱলৈ প্ৰেৰণ কৰে । সম্প্ৰতি মহিলাগৰাকীয়ে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। ইতিমধ্যে ঘটনাস্থলীত জাজৰি থানাৰ আৰক্ষী উপস্থিত হৈ কুলাংগাৰ পুত্ৰ কৃষ্ণমণি দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে পাষণ্ড স্বামী বিনোদ দাসক বিচাৰি তদন্ত আৰম্ভ কৰিছে। ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দলৰ বাবেই এনে মানৱতা ভূলুণ্ঠিত হোৱা ঘটনা সংঘটিত হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাইদঙীয়াত চেপা উত্তেজনাই বিৰাজ কৰিছে ।

Tags: Featured
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
ADVERTISEMENT
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx