ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

জিএমচিএইচত সন্ধানহীন ৭মহীয়া শিশু চেন্নাইত থকা সন্দেহ, আৰক্ষী তদন্তৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
April 26, 2022
Reading Time: 1 min read
A A
0
জিএমচিএইচত সন্ধানহীন ৭মহীয়া শিশু চেন্নাইত থকা সন্দেহ, আৰক্ষী তদন্তৰ

RELATED POSTS

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

New Logo Very Smal 1 | ASSAM TIMES POST
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বিহুৰ পূৰ্বে ৭মহীয়া শিশু সন্ধানহীন হোৱা ঘটনাৰ লগত নাম সাঙোৰ খাইছে শুৱালকুছিৰ এগৰাকী নাৰ্চ। শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ANM হিচাপে কৰ্মৰত নাৰ্চ গৰাকীয়ে যোৱা ২১ মে’ৰ পৰা ২৫ মে’লৈকে ব্যক্তিগত অসুবিধা দেখুৱাই ছুটি আবেদন কৰিছিল।

৭মহীয়া শিশু সেই ছুটিৰ অনুমোদন দিছিল চিকিৎসালয়ৰ কৰ্তৃপক্ষই। ইতিমধ্যে ছুটিৰ সময় উকলি যোৱা পিছতো নাৰ্চগৰাকীয়ে পুনৰ চিকিৎসালয়ত যোগাদান কৰা নাই বুলি বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।

জিএমচিএইচত সন্ধানহীন ৭মহীয়া শিশুআনহাতে শিশুটিৰ সন্ধানত চেন্নাই ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত আৰক্ষীয়ে অভিযান চলাইছে। এই সন্দৰ্ভত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয়- সমগ্ৰ বিষয়টো বহু স্পৰ্শকাতৰ। কণমাণিটিৰ ভৱিষ্যতৰ কথা আছে।

আমি সকলো দিশ পৰ্যালোচনা কৰিছো। উল্লেখ্য যে চেন্নাই এখন চিকিৎসালয়ত অসমৰ এগৰাকী শিশু ভৰ্তি হৈ থকা খবৰ ওলাইছে। অসম আৰক্ষীৰ এটা দলো চেন্নাইলৈ ৰাওনা হৈছে।

জিএমচিএইচ

ইফালে অসম আৰক্ষীৰ গুপ্তচৰ হিচাপে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) যোগদান কৰি আলফা হাতত ধৰা পৰি বন্দী হৈ থকা সঞ্জীৱ শৰ্মাই আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই পঠোৱা বুলি বিস্ফোৰক অভিযোগ কৰাক লৈ যুটীয়া আয়ুক্ত গৰাকীয়ে কয়- কিয় মোৰ নামটো ল’লে মই নাজানো।

মই হৈছোঁ গুৱাহাটী আৰক্ষীৰ বিষয়া। বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয়। আমি বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে কাম কৰো। গতিকে হয়তো কামৰূপত থাকোতে লগ পাবও পাৰো কিন্তু মোৰ মনত নাই। কিয় কেৱল মোৰ নাম ল’লে সেইটো কৰ্তৃপক্ষই তদন্ত কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: gmchজিএমচিএইচত
Share5Tweet3Send

Related Posts

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
55
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

by News Desk
September 7, 2026
55
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
57
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড
Guwahati

Shocking Details Emerge in Beltola Murder Case

by News Desk
September 7, 2026
55
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য:দুটা ভাগত ৰিয়া তালুকদাৰৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

by ASSAM TIMES POST
September 7, 2026
55
ADVERTISEMENT
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
55
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d