ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

একে দিনাই ঈদ, অক্ষয় তৃতীয়া : অশান্তি এৰাবলৈ মাইক-সমদলত কঠোৰ নির্দেশ যোগী চৰকাৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 19, 2022
Reading Time: 1 min read
A A
0
একে দিনাই ঈদ, অক্ষয় তৃতীয়া : অশান্তি এৰাবলৈ মাইক-সমদলত কঠোৰ নির্দেশ যোগী চৰকাৰৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

ধর্মীয় অনুষ্ঠানক লৈ তুমুল হিংসাত্মক ঘটনা সংঘটিত হৈছে দিল্লীৰ জাহাঙ্গিৰপুৰীত। তেনে পৰিস্থিতিত নতুন নির্দেশনা জাৰি কৰিলে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে। সন্মুখত ঈদ আৰু অক্ষয় তৃতীয়া আৰু দুয়োটাই একে দিনাই পৰিছে। সেয়ে গণ্ডগোল সৃষ্টিৰ আশঙ্কা কৰিছে যোগী প্রশাসনে। তাৰ বাবে আগতীয়াকৈ কিছু নির্দেশ দিলে মুখ্যমন্ত্রীয়ে।

একে দিনাই ঈদ, অক্ষয় তৃতীয়ানির্দেশনা অনুযায়ী, যথাযথ অনুমতি অবিহনে কোনো ধর্মীয় সমদল বা পদযাত্রা উলিয়াব নোৱাৰিব। অনুমতি লাভ কৰিবলৈ হ’লে প্রত্যেক আয়োজকেই শপতনামা দিব লাগিব। শান্তি আৰু সংহতি ৰক্ষা কৰাৰ প্রতিশ্রুতি দিব লাগিব শপতনামাত। ইমান দিনে চলি অহা প্রথাগত ধর্মীয় অনুষ্ঠানবোৰৰহে অনুমতি পাব, নতুন কোনো অনুষ্ঠানৰ অনুমতি নাপায়।

মাইক-সমদলত কঠোৰ নির্দেশ যোগী চৰকাৰ

যিবোৰ স্থানত পূৰ্বৰ পৰাই লাউডস্পিকাৰ বাজি আছে, তাত কেৱল লাউডস্পিকাৰ ব্যৱহাৰৰহে অনুমতি পাব। কিন্তু সেই ক্ষেত্রতো ভলিউম এনেকৈ ৰাখিব লাগিব যাতে অন্যৰ অসুবিধা নহয়। আনহাতে, নির্বাচিত স্থানতহে ধর্মীয় অনুষ্ঠান কৰিব পাৰিব৷ এইটো চাব লাগিব যাতে ক’তো যেন পথ বন্ধ নহয়।

লগতে ৪ মে’ পর্যন্ত সকলো আৰক্ষী আৰু প্রশাসনিক বিষয়াৰ ছুটি বাতিল কৰা হৈছে। যিসকল ছুটিত আছে তেওঁলোকক ২৪ ঘণ্টাৰ ভিতৰত ৰিপোর্ট কৰিবলৈ কোৱা হৈছে। বিভিন্ন থানাৰ বিষয়াৰ পৰা এডিজি পর্যায় পর্যন্ত বার্তা পঠাইছে যোগীয়ে। স্থানীয় ধর্মীয় নেতা আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত বহি শান্তি বজায় ৰখাৰ আহ্বান জনাইছে।

Tags: UPযোগী চৰকাৰ
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT