![]()
👉 পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা
👉 সীমান্তৰ অসমৰ জাতালুঙৰ নিকটৱৰ্ত্তী মেঘালয়ৰ ৱাৰ বস্তি আৰু মৌলাচেনাইৰ মাজত অসমৰ উমলাফেৰৰ দুই যুৱকক খাচী দুৰ্বৃত্তৰ নৃশংস আক্ৰমন
👉 এখন এল্ট গাড়ীৰে শ্বিলঙৰ পৰা উমলাফেৰলৈ আহি আছিল সঞ্জয় গুৰুং আৰু জন নামৰ উমলাফেৰ অঞ্চলৰ দুই যুৱক
👉 সোমবাৰে পুৱা দুয়ো গৈছিল শ্বিলঙলৈ
👉 সীমান্তৱৰ্তী মেঘালয়ৰ ৱাৰবস্তি আৰু মৌলাচেনাইৰ মাজত যুৱকদ্বয়ক আবদ্ধ কৰি শৰীৰত বিয়েৰ ঢালি আক্ৰমন খাচী দুৰ্বৃত্তৰ
👉 খাচী দুৰ্বৃত্তই আক্ৰমন কৰি সঞ্জয় গুৰুঙৰ দাঁত ভগাৰ লগতে চোকা অস্ত্ৰৰেও ঘপিয়াই আক্ৰমণ কৰে
👉 কোনোমতে প্ৰাণ ৰক্ষা কৰি উমলাফেৰত উপস্থিত আহত সঞ্জয় গুৰুং
👉 বৰ্তমানেও সন্ধান নাই জন নামৰ যুৱকজন
👉 যোৱা শুকুৰবাৰে সীমান্তৰ জাতালুঙত উদ্ভৱ হৈছিল উত্তপ্ত পৰিস্থতিৰ ।












