ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গাঞ্জাসক্ত ১৬ বছৰীয়া পুত্ৰ, মুখত জলকীয়া গুড়ি সানি শাস্তি মাতৃৰ! চাওক ভিডিও

নিউজ ডেস্কঃ

News Desk by News Desk
April 5, 2022
Reading Time: 1 min read
A A
0
গাঞ্জাসক্ত ১৬ বছৰীয়া পুত্ৰ, মুখত জলকীয়া গুড়ি সানি শাস্তি মাতৃৰ! চাওক ভিডিও

New Logo Very Smal | ASSAM TIMES POST
অষ্টম শ্রেণীৰ পিছত স্কুললৈ যোৱা এৰি দিয়ে। ঘৰৰ পৰা পলাই গৈ তিনিদিন অন্তৰ্ধান হৈ থাকে। পুনৰ উভতি আহে ঘৰলৈ। এইবাৰ আৰম্ভ কৰে গাঞ্জাৰ নিচা। বাৰে বাৰে মানা কৰিলেও কাণ নিদিয়ে। সোমবাৰে সেয়ে ঘৰলৈ অহাৰ পিছত গছত বান্ধি লয় মাতৃয়ে। তাৰ পিছত মুখত সানি দিয়ে জলকীয়াৰ গুড়ি। সোমবাৰে সংঘটিত এই ঘটনাটো হায়দৰাবাদৰ সূর্যপেট জিলাৰ কোডাডৰ গান্ধীনগৰ অঞ্চলৰ।

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

https://twitter.com/Sarika__reddy/status/1510965310970822659

নেট মাধ্যমত ভাইৰেল হৈছে ভিডিওটো। মাতৃৰ শাসনৰ ধৰণ দেখি দুটা ভাগত বিভক্ত নেটিজেনসকলো। ভিডিওটোত দেখা গৈছে, গছত পিছফালে হাত বন্ধা অৱস্থাত পুত্ৰৰ মুখত জলকীয়া গুড়ি সানি দিছে মাতৃয়ে।

অৱশ্যে এই ঘটনাৰ তীব্র গৰিহণা দিছে স্থানীয় থানাৰ আৰক্ষী বিষয়াই। মাতৃয়ে এনে ব্যৱহাৰ কৰাটো উচিত নহয় বুলি তেওঁ জনায়।

Tags: PUNISHED WITH CHILLY POWERজলকীয়া গুড়ি সানি শাস্তি
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026
50
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx