ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

কামৰূপ(ম) ৭০৮৭জন এইডছ আক্রান্ত;প্ৰাপ্তবয়স্ক আক্রান্ত হাৰ সৰ্বাধিক- জিলা এইডছ নিয়ন্ত্ৰণ চছাইটি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 30, 2022
Reading Time: 1 min read
A A
0
কামৰূপ(ম) ৭০৮৭জন এইডছ আক্রান্ত;প্ৰাপ্তবয়স্ক আক্রান্ত হাৰ সৰ্বাধিক- জিলা এইডছ নিয়ন্ত্ৰণ চছাইটি

logo new 2 1 1 4 1 3 4 6 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Assam Announces Supplementary Exams for Higher Secondary Students

কামৰূপ(ম) জিলাত উদ্বেগজনক ভাৱে প্ৰাপ্তবয়স্ক মাজত বৃদ্ধি পাইছে এইডছ সংক্ৰমণ।পূৰ্ব তুলনাত মহানগৰীত বৃদ্ধি এইডচ ৰোগী সংখ্যা।এই ভয়ংকৰ তথ্য সদৰী কৰিছে জিলা এইডচ নিয়ন্ত্ৰণ চছাইটিয়ে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন কৰ্মশালাত জিলা এইডছ বিষয়া ডা: মৃদুল ভাৰতী নাথে কয় যে- ২০৩০চনৰ ভিতৰত এইডচ মুক্ত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।সেই হিচাপে এইডছত আক্রান্ত শিশু সংখ্যা পূৰ্বতকৈ যথেষ্ট হ্রাস পাইছে যদিও প্ৰাপ্তবয়স্কৰ মাজত জিলাখনত বৃদ্ধি হৈছে আক্রান্ত সংখ্যা।২০২১ বৰ্ষৰ ৩১ অক্টোবৰলৈ সমগ্র ৰাজ্যত এইডচত আক্ৰান্ত সংখ্যা প্ৰায় ২১,২২৩জন।তাৰে ৩৩% আক্ৰান্ত ৰোগী কামৰূপ মহানগৰ জিলা।

download 2022 03 30T212151.835 | ASSAM TIMES POSTৰাজ্য ভিতৰতে কামৰূপ(ম) আক্ৰান্তৰ হাৰ সৰ্বাধিক।চলিত বৰ্ষ জানুৱাৰীলৈ এইডছ চিকিৎসা গ্ৰহণ কৰি থকা জিলাখনত ৰোগী সৰ্বমুঠ ৭০৮৭গৰাকী।তাৰে ৫০৮৬গৰাকী প্ৰাপ্তবয়স্ক, ২৩৪গৰাকী শিশু আৰু ১৭৬৭ গৰাকী গৰ্ভৱতী মহিলা।ইয়াৰ উপৰিও আক্রান্ত দ্বিতীয়স্থানত কাছাৰ।মুঠ আক্ৰান্ত হৈছে ৪৭৮৬ গৰাকী একেদৰে ডিব্ৰুগড় জিলাত ১২৭৪ গৰাকী এইডছ ৰোগী থকা তথ্য সদৰী কৰে নাথে।

ভালখবৰ এই যে অসমত এইডচ আক্ৰান্তৰ হাৰ ০.৯%। কৰ্মশালাত তেওঁ প্রকাশ কৰা মতে ২০০৫ চনৰ তুলনাত ২০২০চনত অসমত শিশুৰ আক্ৰান্ত ২২% হ্ৰাস পাইছে।ঠিক একেদৰে আক্রান্ত ৰোগী মৃত্যুও ৫০% হ্ৰাস হৈছে।
কৰ্মশালাত প্ৰকাশিত তথ্য মতে জিলাখনত এইডছত আক্ৰান্ত সৰ্বাধিকে যৌনকর্মী দ্বাৰা সংক্ৰমিত।

আনহাতে তেওঁ জানিব দিয়া মতে সমগ্ৰ অসমৰ ৩১খন কাৰাগাৰত ২০২১চনলৈ মুঠ ১১৬গৰাকী বন্দী এইডছ ধৰা পৰিছে।কামৰূপ(ম) জিলা পাঁচটাকৈ এনজি’অয়ে বৰ্তমান এইডচ নিয়ন্ত্ৰণ বিভিন্ন কাম-কাজ কৰি থকা বুলিও নাথে কয়।
গুৱাহাটী প্ৰেছ ক্লাবত জিলাৰ এইডছ নিয়ন্ত্ৰণ কোষৰ কৰ্মশালাত উপস্থিত থাকে মানৱ সূৰ্য দাস, চাতুয্য প্ৰসাদ তালুকদাৰ।

Tags: aids infectedএইডছ আক্রান্ত
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026
50
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx