![]()
চিত্ৰশিল্পী নীলিম মহন্তৰ অৱশেষত জামিন মঞ্জুৰ। বৃহৎ নদীবান্ধ বিৰোধিতাৰে দেৱাল অংকন কৰি অৰুণাচল আৰক্ষীৰ হাতত দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল চিত্ৰশিল্পীগৰাকী। লখিমপুৰৰ বাসগৃহ পৰা গ্ৰেপ্তাৰ কৰিছিল চিত্ৰ শিল্পী মহন্তক।
উল্লেখ্য যে অৰুণাচল সচিবালয় দেৱালত বৃহৎ নদীবান্ধ বিৰোধিতাৰে চিত্ৰ অংকন কৰিছিল। তাপৰ্যপূৰ্ণ কথা যে পূৰ্বতে অখিল গগৈ কাৰাবন্দী হৈ থাকোঁতে মুকলি বাবে চিত্ৰ অংকন কৰিও অসম আৰক্ষী হাতত আটক হৈছিল মহন্ত।
অৰুণাচল আৰক্ষীয়ে দুদিনৰ নিজৰ জিম্মাত লৈছিল চিত্ৰশিল্পীগৰাকীক।












