![]()
বৃহৎ নদীবান্ধ বিৰোধী শ্লোগান সমৃদ্ধ দেৱাল অংক কৰি গ্ৰেপ্তাৰ অসমৰ চিত্ৰশিল্পী নীলিম মহন্ত।অসম আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে লখিমপুৰ বাসগৃহ পৰা গ্ৰেপ্তাৰ কৰিছে নৱপ্ৰজন্মৰ চিত্ৰশিল্পী গৰাকীক।উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ৫০বছৰ পূৰ্তি স্মৰণীয় দেৱালত ‘NO BIG DAM’ লিখা অভিযোগ মহন্ত বিৰুদ্ধে।
ইফালে ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত মহন্ত বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলিও খবৰ ওলাইছে।ইতিমধ্যে অৰুণাচল লৈ গৈছে শিল্পী গৰাকীক।
তাপৰ্যপূৰ্ণ যে পূৰ্বতে কা’ আন্দোলন কৰি অখিল গগৈ কাৰাবন্দী হৈ থকা সময়ত গগৈক সমৰ্থন কৰি দেৱাল অংক কৰিও আৰক্ষী হাতত আটক হৈছিল শিল্পীমহন্ত।













