ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

তিনিদিনীয়া কাৰ্যসূচীৰে কাৰ্বি সাহিত্য সভাৰ ৩০তম অধিবেশন

পশ্চিম কাৰ্বি আংলঙৰ "ডংকা চাৰপ' ক্ষেত্ৰত উখল-মাখল পৰিবেশ

News Desk by News Desk
March 24, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

পশ্চিম কাৰবি আংলংঃ

”Ne pi alam ne chinghon chenam” (নে পি আলাম নে ছিংহন ছেনাম) অৰ্থাৎ চিৰ চেনেহী মোৰ ভাষা জননী- এই মন্ত্ৰৰে মুখৰিত পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ “ডংকা চাৰপ’ ক্ষেত্ৰ”। কাৰ্বি ভাষা-সাহিত্যক জগত সভালৈ নিয়াৰ সংকল্পৰে আজিৰে পৰা ডংকা চাৰপ’ ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি লামেত আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ ৩০তম্ বাৰ্ষিক অধিবেশন।

পুৱা ৯ বজাত কাৰ্বি লামেত আমেইৰ পতাকা উত্তোলন কৰি তিনিদিনীয়া এই অধিবেশনৰ শুভাৰম্ভনী কৰে কাৰ্বি লামেত আমেইৰ সভাপতি শুকুৰ ছিং ৰংপীয়ে।

আজি বিয়লি ১বজাত অনুষ্ঠিত হোৱা কাৰ্বি সাহিত্য সভাৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে কাৰ্বি ভাষাতেই উপস্থিত ৰাইজক সম্বোধন জনায়। কাৰ্বি ভাষাৰ বাবে যিসকলে নিজৰ প্ৰাণ আহুতি দিলে সেইসকল বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয়‌ যে ৰংবং তেৰাং, ধনেশ্বৰ ইংতি আদিৰ দৰে কাৰ্বি সাহিত্যিকসকলে পদ্মশ্ৰী উপাধি লাভ কৰাতো কেৱল কাৰ্বি সকলৰে নহয় ই অসমৰে গৌৰৱ। এই বছৰৰ বাৰ্ষিক বাজেট অধিৱেশনত ভাষা গৌৰৱ কাৰ্যসূচীৰ বাবে যি ২৯ কোটি টকা ৰখা হৈছে তাৰে এটা অংশ “কাৰ্বি লামেচ আমেই”ক উপযুক্ত প্ৰকল্প দিয়াৰ লগে লগে উপযুক্ত অনুদান দিয়াৰ আশ্বাস দিয়ে। কাৰ্বি জনগোষ্ঠীক অতি পৌৰাণিক তথা ভুমি পুত্ৰ বুলি অভিহিত কৰি এই জনগোষ্ঠীটোৰ উন্নয়ন বাবে সকলোয়ে সহায়-সহযোগীতা আগবঢ়াব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত জিলাখনৰ চাৰিজনকৈ বিধায়কৰ লগতে কাৰ্বিপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx