ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২৭ লক্ষাধিক লোকৰ ‘বায়োমেট্রিক লক’ খুলিবলৈ আদালতলৈ অসম চৰকাৰ

Staff Reporter by Staff Reporter
March 23, 2022
Reading Time: 1 min read
A A
0
২৭ লক্ষাধিক লোকৰ ‘বায়োমেট্রিক লক’ খুলিবলৈ আদালতলৈ অসম চৰকাৰ

logo new 2 1 1 4 1 3 4 4 | ASSAM TIMES POST

RELATED POSTS

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

নিউজ ডেস্কঃ

এনআৰচি সংক্রান্তীয় বায়োমেট্রিক তথ্য সংগ্রহৰ ফলত অসমত ২৭ লক্ষাধিক লোকৰ বায়োমেট্রিক লক হৈ আছে। তেওঁলোকে বেঙ্ক একাউন্ট খুলিব পৰা নাই, পোৱা নাই চৰকাৰী প্রকল্পৰ সুবিধা আৰু সাহায্য। তেওঁলোকক এতিয়া আধাৰ নম্বৰ দিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। বায়োমেট্রিক লকৰ সমস্যা সমাধান কৰিবলৈ ছুপ্রিম কোর্টৰ দ্বাৰস্থ হৈছে ৰাজ্য চৰকাৰ।

মন্ত্রী পীযূষ হাজৰিকা এই সন্দৰ্ভত জনায়, মুখ্যমন্ত্রীৰ নির্দেশত আছু নেতৃত্বৰ সৈতে সোমবাৰে নিশা বৈঠকত বহে আধাৰ সংক্রান্তীয় সমস্যা নিষ্পত্তিৰ বাবে গঠন হোৱা কমিটিৰ সদস্যসকল। তাত উপস্থিত আছিল মন্ত্রী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, যোগেন মহন। বৈঠকত সিদ্ধান্ত হৈছে, যিসকলৰ নাম চূড়ান্ত তালিকাত অহা নাই আৰু যিসকলৰ দাবী-আপত্তিৰ নিষ্পত্তি হোৱা নাই তেনে ব্যক্তিসকলৰ বায়োমেট্রিক লক খুলি দিয়াৰ আবেদন জনাই ছুপ্রিম কোর্টত নতুন শপতনামা জমা দিব ৰাজ্য চৰকাৰে। অৱশ্যে এনআৰচি চূড়ান্ত হোৱাৰ পিছতো যিসকলৰ নাম তালিকাত নুঠিব, তেওঁলোকে আধাৰ কার্ড পালেও এনআৰচিত অন্তর্ভুক্ত হ’ব নোৱাৰিব।

মন্ত্রী পীযূষ হাজৰিকাই লগতে স্পষ্ট কৰি দিয়ে যে আধাৰ কার্ড থকা মানেই নাগৰিকত্ব নিশ্চিত হোৱা নহয়। এনআৰচিত নাম নাথাকিলে তেওঁলোকক নাগৰিক হিচাবে গণ্য কৰা নহ’ব। আনহাতে, বিধানসভাত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই জনায়, ছুপ্রিম কোর্টৰ এছওপি অনুযায়ী কেৱল তেওঁলোককহে আধাৰ নম্বৰ দিয়া হ’ব যিসকলৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাত উঠিব। কিন্তু আৰজিআইয়ে এতিয়াও আধাৰৰ চূড়ান্ত তালিকা প্রকাশ কৰা নাই।

ৰাজ্যলৈ ‘ৰিজেকচন লেটাৰ’ পঠোৱাৰ কামো আৰম্ভ হোৱা নাই। সেয়ে আধাৰ কার্ডৰ বায়োমেট্রিক লকৰ বিষয়টিও ওলমি আছে। তালিকাচ্যুত ব্যক্তিসকলৰ ভিতৰত বহুতেই প্রকৃত ভাৰতীয় হ’লেও আধাৰ নম্বৰ আৰু সংশ্লিষ্ট সুযোগ-সুবিধা পোৱা নাই। ৰাজ্য চৰকাৰে সমস্যাটি সন্দৰ্ভত কেন্দ্র আৰু আৰজিআইকে একাধিকবাৰ জনাইছে।

মুখ্যমন্ত্রীয়ে দিয়া তথ্য মতে, ৰাজ্যখনত বায়োমেট্রিক তথ্য সংগ্রহ কৰা হৈছিল ২৭,৪৩,৩৯৬ জনৰ। তাৰে ভিতৰত নগাঁও (২,৩৬,৮৯৮) আৰু বৰপেটাত (২,২২,৮৮৩) সর্বাধিক ব্যক্তিৰ বায়োমেট্রিক লক হৈ আছে। লক্ষাধিক মানুহৰ বায়োমেট্রিক লক আছে কাছাৰ, হোজাই, মৰিগাঁও, বাক্সা, বঙাইগাঁও, ধুবুৰী, দৰং জিলাত। অধিকাংশই সংখ্যালঘু অধ্যুষিত এলেকা।

Share4Tweet3Send

Related Posts

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx