ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

Staff Reporter by Staff Reporter
June 13, 2026
Reading Time: 1 min read
A A
0
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

এটি চাৰি বছৰীয়া শিশু। তেওঁ আত্মীয়ৰ ঘৰলৈ দৌৰি যায়। সন্মুখত এগৰাকী আত্মীয়ক দেখাৰ লগে লগে কান্দি কান্দি কট, “মা তাতেই মৰি গৈছে। সোনকালে আহক।” শিশুটিৰ এনে কথা শুনি আত্মীয়জন স্তম্ভিত হৈ পৰে। প্ৰথমতে তেওঁ শিশুটিক বিশ্বাস কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু তাৰ জেদত তেওঁ তাৰ লগত যাবলৈ মান্তি হয়। আত্মীয়জনৰ ঘৰৰ পৰা কিছু দূৰৈত এখন বগা ৰঙৰ গাড়ী ৰখাই থোৱা আছিল।

Tragic accident I
চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে:

শিশুটিয়ে আত্মীয়জনক গাড়ীখনলৈ লৈ যায়। আত্মীয়জনে গাড়ীখনৰ ওচৰলৈ গৈ ভিতৰলৈ চাই উচপ খাউ উঠে। শিশুটিয়ে সঁচা কথা কৈছিল। আত্মীয়জনে গাড়ীৰ ভিতৰত শিশুটিৰ মাতৃক ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। তেওঁৰ কাষতে আছিল এজন পুৰুষৰ নিৰ্জীৱ শৰীৰ।

গাড়ীৰ ভিতৰত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বৃহস্পতিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ বদলাপুৰত এখন গাড়ীৰ ভিতৰৰ পৰা মহিলাগৰাকী আৰু চালকজনৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে মহিলাগৰাকীয়ে বিগত তিনিমাহ ধৰি বদলাপুৰৰ জুৱেলি অঞ্চলত বাস কৰি আহিছিল। আৰক্ষীয়ে জনোৱা মতে, চালকজনৰ নাম গণেশ শিণ্ডে। তেওঁ মুম্বাইৰ ঘাটকোপাৰৰ বাসিন্দা। দুয়োৰে শৰীৰত চোকা অস্ত্ৰৰে আঘাতৰ চিন আছে।

আৰক্ষীয়ে শিশুটিৰ বক্তব্য লিপিবদ্ধ কৰিছে। তেওঁৰ কথা শুনি আৰক্ষীয়ে সন্দেহ কৰে যে সমগ্ৰ ঘটনাটো শিশুটিৰ সন্মুখতে সংঘটিত হৈছে। মহিলাগৰাকীক হত্যা কৰি শিণ্ডেয়ে আত্মহত্যা কৰাৰ সন্দেহ। অৱশ্যে মহিলাগৰাকীৰ সৈতে শিন্দেৰ কি সম্পৰ্ক আছিল সেয়া স্পষ্ট হোৱা নাই।

মহিলাগৰাকীৰ আত্মীয়ই দাবী কৰে যে তেওঁলোকে আগতে কেতিয়াও শিণ্ডেক দেখা নাই। ফলত ঘটনাক লৈ ৰহস্য বাঢ়িছে। তদন্তকাৰীৰ সূত্ৰ মতে, দুয়োৰে মাজত কোনো সম্পৰ্ক আছিল নেকি আৰু যদি আছিল তেন্তে সেই সম্পৰ্কত কোনো ধৰণৰ বিবাদ আছিল নেকি সকলো তদন্ত কৰা হ’ব।

Tags: আত্মীয়ক মাতি আনিচকুৰ সন্মুখতে মাতৃৰ মৃত্যুদেখুৱালে ৪ বছৰীয়া সন্তানে
Share4Tweet3Send

Related Posts

Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

by Staff Reporter
June 13, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

by News Desk
June 12, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx