![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমক পুনৰ ছমাহৰ বাবে অশান্ত জৰ্জৰিত অঞ্চল ঘোষণা।সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতাৰ আইন-১৯৫৮ অধীনত ছমাহলৈ সমগ্ৰ অসমক অশান্ত জৰ্জৰিত অঞ্চল ঘোষণা।উল্লেখ্য ২৮ফেব্ৰুৱাৰী পৰা কাৰ্যকৰী হৈছে এই জাননী।
গুৰুত্বপূৰ্ণ কথা অসম চৰকাৰে যোৱা ছমাহৰ অসমৰ পৰিস্থিতি ওপৰত ভিত্তি কৰি অশান্ত জৰ্জৰিত অঞ্চল ঘোষণা কৰা বুলি এক প্ৰেছ বিজ্ঞপ্তি জড়িয়তে উল্লেখ কৰিছে।
তাপৰ্যপুৰ্ণ কথা অসম তথা উত্তৰ পুৰ্বৰ জনতা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰা বাবে বিভিন্ন সময়ত প্ৰতিবাদ দাবী কৰি থকা পাছতো পুনৰ ছমাহলৈ অসমত এই আইন কাৰ্যকৰী কৰিছে হিমন্ত নেতৃত্বাধীন অসম চৰকাৰে।













