ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডকমকাৰ অপহৰণ কাণ্ডৰ লগত ইএম ৰতন টেৰণৰ নাম সাঙুৰ খোৱাকলৈ সংবাদ মেলযোগে প্ৰতিক্ৰিয়াঃ অপহৰণকাৰী তপন টেৰণৰ সৈতে বহু পূৰ্বৰ পৰাই সম্পৰ্ক বিশ্ছিন্ন হৈছিল-ইএম ৰতন টেৰণ

ASSAM TIMES POST by ASSAM TIMES POST
September 28, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

ছইদুল ইছলাম, ডিফুঃ ডকমকাৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক কাৰবি আংলং জিলাৰ হাওৰাঘাটৰ পৰা আৰক্ষীয়ে সুস্থ শৰীৰে উদ্ধাৰ কৰাৰ লগতে তিনিজনকৈ অপহৰণ কাৰীক আৰক্ষীয়ে আটক কৰা ঘটনা বিজেপি আৰু ইএম ৰতন টেৰণৰ নাম সাঙুৰি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত আজি প্ৰথম বাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণে৷

আজি কাৰ্যবাহী সদস্য গৰাকীৰ চৰকাৰী বাসভৱনত এক সংবাদ মেল আয়োজন কৰি কাৰ্যবাহী সদস্য ৰতন টেৰণে প্ৰথমতে অপহৰণ কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু জিলা আৰক্ষী প্ৰশাসনে নিৰাপদে অপহৃতা ব্যৱসায়ীক উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জনায়৷ সমান্তৰালকৈ গ্ৰেপ্তাৰ হোৱা তিনি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈকো দাবী উত্থাপন কৰে৷

ratan teron press meet | ASSAM TIMES POST

আনহাতে কাৰ্যবাহী সদস্য গৰাকীয়ে সমগ্ৰ ঘটনাক লৈ একাংশ বৈদ্যুতিন আৰু ছপা মাধ্যমত তেওঁৰ নাম আৰু ইয়াৰ মাজত বিজেপি দলক সাঙুৰি লোৱা কাৰ্যত তেওঁ মনোকষ্ট পাইছে বুলি মন্তব্য কৰিছে৷ তেওঁ ইয়াকো কয় যে, হাওৰাঘাটত থকা অপহৰণকাৰী তপন টেৰণ তেওঁৰ ভাতৃ হয় যদিও পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে বহু পূৰ্বেই তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে৷

উক্ত ঘটনাৰ বাবে ইএম ৰতন টেৰণৰ নাম সাঙুৰ খাই পৰাটো দূৰ্ভাগ্যজনক৷ এগৰাকী বিজেপি নেতা-কৰ্মী আৰু ইএম হিচাপে তেওঁৰ কাৰ্যকালত আজিলৈকে কোনো কালিমা সানিব পৰা নাই, একনিষ্ঠ আৰু সততাৰে বিজেপি আৰু দলক সেৱা আগবঢ়াই গৈছে৷ সেয়ে এটা অপৰাধ মূলক ঘটনাত তেওঁৰ নাম সাঙুৰি তেওঁৰ ৰাজহুৱা জীৱন বিতৰ্কৰ মাজত ঠেলি বাতৰি পৰিবেশন নকৰিবলৈ ইএম ৰতন টেৰণে সংবাদ মেল যোগে সাংবাদিক সকলৰ প্ৰতি অনুৰোধ জনাইছে।

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx