ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলং জিলা আৰক্ষীৰ বৃহৎ সাফল্য !- ডকমকাৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী বিজয় আগৰৱালাক হাওৰাঘাটৰ পৰা উদ্ধাৰ আৰক্ষীৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 26, 2019
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং জিলা আৰক্ষীৰ বৃহৎ সাফল্য !- ডকমকাৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী বিজয় আগৰৱালাক হাওৰাঘাটৰ পৰা উদ্ধাৰ আৰক্ষীৰ

অপহৃত যুৱ ব্যৱসায়ী বিজয় আগৰৱালা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

ডিফুঃ অৱশেষত সম্পূৰ্ণ ১৩ দিন অপহৰণকাৰীৰ কৱলত থকাৰ পিছত আজি সুস্থ শৰীৰে উদ্ধাৰ হ’ল ১৩ ছেপ্তেম্বৰত ডকমকাৰ পৰা অপহৰণ কৰি নিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালা (৩৫) ৷ উল্লেখ যোগ্য যে ১৩ ছেপ্তেম্বৰৰ সন্ধিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালে নিজৰ ডকমকা নগৰত থকা নিজৰ হাৰ্ডৱেৰ দোকানখন বন্ধ কৰি দোকানৰ লগতে সংলগ্ন হৈ থকা ঘৰত প্ৰৱেশ কৰাৰ মূহুৰ্তত তিনিজন অচিনাক্ত দূৰ্বৃত্তই মটৰ চাইকেল আহি বিজয় আগৰৱালাক অপহৰণ কৰি লৈ গৈছিল ৷

Untitled 1 1 | ASSAM TIMES POST

অপহৰণৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাৰিওফালে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল যদিও কোনো উগ্ৰপন্থী সংগঠনে উক্ত অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল৷ তেতিয়াৰ পৰাই কাৰ্বি আংলং জিলা আৰক্ষীৰ এক প্ৰকাৰ নিদ্ৰা হৰণ হৈ পৰিছিল৷ অপহৃত বিজয় আগৰৱালাক উদ্ধাৰ কৰাৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষীৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নিৰ্দেশ মৰ্মে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, হোজাই আৰু কাৰবি আংলঙৰ দূৰ্গম এলেকাতো নিৰাপত্তাৰক্ষীৰ দলে অভিযান চলায়ো অপহৃতাৰ শুংসুত্ৰ ওলাব পৰা নাছিল৷

ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱতি নিশা হাওৰাঘাট, ডকমকা, বকলিয়া, মাঞ্জা আৰু খটখটি থানাৰ অ’ চি ক্ৰমে, লিণ্টু বৰা, বিতুপন চুতিয়া, বিজু কিনকাৰ, জিতুমনি ডেকা আৰু মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত ইউবি ষ্টাফ অসম আৰক্ষীৰ বনবিভাগৰ ৰেঞ্জাৰ অসম আৰক্ষীৰ বেটেলিয়নৰ দলে এক যুটীয়া অভিযান চলাই কাৰবি আংলং জিলাৰ হাওৰাঘাট নগৰৰ এটা ঘৰৰ পৰা অপহৃতা বিজয় আগৰৱাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

0efff928 d8ef 4b3f a361 126786ceac21 1 | ASSAM TIMES POST
অপহৃত যুৱ ব্যৱসায়ী বিজয় আগৰৱালা

অপহৃত বিজয় আগৰৱালক তৎক্ষণাৎ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকে তেওঁক কিছু দুৰ্বল বুলি কয় যদিও সুস্থ অৱস্থাত আছে বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমত অৱগত কৰে৷ অভিযান কাৰী দলটোৱে অপহৰণত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

382b6f78 cb9b 48ab a243 a1bcf7aa3ca2 | ASSAM TIMES POST
উদ্ধাৰকাৰী আৰক্ষী বাহিনী

আটকাধীন অপহৰণকাৰী আটাইকেইজন কাৰবি আংলং জিলাৰ হাওৰাঘীট নগৰৰ ক্ৰমে, মৃত নগেন টেৰণৰ পুত্ৰ তপণ টেৰণ (৪৭), মনিৰাম গোৱালাৰ পুত্ৰ সঞ্জয় গোৱালা (৩০) আৰু মৃত ৰুদ্ৰ বসুমতাৰীৰৰ পুত্ৰ জনক বসুমতাৰী (৪০) বুলি চিনাক্ত কৰা হৈছে৷ এই সন্দৰ্ভত অপহৰণকাৰী সকলক আৰক্ষীয়ে জেৰা অব্যাহত কৰিছে৷ আৰক্ষীৰ এনে সফলতাত সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx