স্বাস্থ্য প্ৰতিবেদন:
বকফুল এবিধ উপকাৰী খাদ্য। বকফুলৰ ঔষধি গুণ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল :
* গ্ৰেচট্ৰিক আলচাৰ আৰু বুকুৰ জ্বলা-পোৰা নিৰাময় কৰে।
* স্নায়ুশক্তি বৃদ্ধি হয়।শৰীৰৰ দুৰ্বলতা দূৰ হয়।
* লিভাৰৰ বাবে উপকাৰী।
* কোষ্ঠকাঠিন্য দূৰ হয়।
* কৃমি নাশ হয়।
* হজম শক্তি বৃদ্ধি হয় আৰু পেট ফুলা ৰোগ উপশম কৰে।
* বকফুলৰ কেঁচা বাকলিৰ ৰস শক্তিবৰ্ধক।
* বিভিন্ন প্ৰকাৰৰ চৰ্মৰোগ নিৰাময়ৰ ক্ষেত্ৰত বকফুলৰ কেঁচা পাতৰ ৰস অতি দৰকাৰী।
* বাৰ্দ্ধক্যজনিত ৰোগৰ বাবে বকফুল উপকাৰী।
* জ্বৰ হ’লে বকফুল খালে ভাল পায়।
* পাইলচ ৰোগ নিৰাময় কৰে।
* বদহজম আৰু হজম প্ৰক্ৰিয়াত সহায় কৰে।