ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কেইবিধমান বনৌষধি গছ আৰু ইয়াৰ ঔষধি গুণ

ASSAM TIMES POST by ASSAM TIMES POST
August 12, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কেইবিধমান বনৌষধি গছ আৰু ইয়াৰ ঔষধি গুণ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

স্বাস্থ্য প্ৰতিবেদন:

আমাৰ দৈনন্দিন ব্যৱহাৰিক জীৱনৰ আমাৰ চৌপাশে স্বাভাৱিকভাৱে গজি উঠা বন—লতিকা, গছ—গছনিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ নানান ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই বনৌষধি ব্যৱহাৰ কৰিব পাৰি। যেনে

oregano melezatkan makanan menyehatkan badan 1580725962 | ASSAM TIMES POST• অৰ্জুন গছৰ ৰস গাখীৰৰ লগত খালে হদপিণ্ড সবল হয়।

• বসন্ত ৰোগীক মিথিবাখৰৰ পানী খুৱালে উপকাৰ হয়।

• ধনিয়া পাতৰ ৰস পুৱা আৰু গধূলি এচামুচকৈ খালে বহুমূত্ৰ ৰোগ আৰোগ্য লাভত সহায়ক হয়। আকৌ জামৰ শুকান গুটি বহুমূত্ৰৰ বাবে ফলদায়ক।

• ভেদাইলতা গছৰ ৰস দুচামুচৰ লগত আধা চামুচ মৌ মিহলাই খালে বাতজাতীয় বিষৰ বাবে উপকাৰী।

• আঁহত গছৰ ফলটো শুকাই লৈ গুড়ি কৰি একাপ গাখীৰৰ লগত এক চামুচ গুড়ি মিহলাই খালে যৌন ক্ষমতা বৃদ্ধি পায়।

• মহানিম গছৰ বাকলি গৰ্ভনিৰোধকৰ সহায়ক।

• দুচামুচ বিলাহী ৰসৰ লগত এক চামুচ নেমুৰ ৰস আৰু আধা চামুচ মৌ পুৱা খালী পেটত খালে পেলু মৰে। আকৌ মদাৰ গছৰ কুঁহিপাত বা পাতৰ ৰস খালেও পেটৰ পেলু মৰে।

• বৰথেকেৰা গছৰ ফল, মানিমুনি পাত, মছন্দৰী আদি গ্ৰহণী ৰোগ আৰোগ্য লাভৰ বাবে উত্তম।

• বাহক তিতা গছৰ পাতৰ ৰস মৌৰ লগত মিহলাই খালে কাহ আৰু হাঁপানী ৰোগ নিৰাময়ৰ বাবে উপকাৰী। আকৌ কাহৰ বাবে সিজুৰ পাত, তুলসী, পিপলী, তিতাভেকুৰী আদি অতি উত্তম।

• শতমূলৰ ৰস খালে টোপনি ভাল হয়।

• দূৱৰী বন, জাৰ্মান গছৰ পাত, গেন্ধাই (নাৰ্জী) গছৰ পাত দেহৰ কোনো অংশত কাটিলে ব্যৱহাৰ কৰিব পাৰি।

• লাইজাবৰী আৰু মানিমুনিৰ পাত মূৰৰ বিষত ব্যৱহাৰ কৰা হয়।

• ঘৃতকুমাৰী (চালকুঁৱৰী)ৰ বিজলুৱা অংশ জ্বৰ কমোৱাত, জুয়ে পোৰাত ব্যৱহাৰ হয়।

• পছতীয়াৰ পাত, এৰা, কপৌফুল, বৰীয়াল আদি বাতজাতীয় বিষৰ বাবে উপকাৰী।

• মূত্ৰকাৰক হিচাপে পাতেগজা, পূৰ্ণনৱা, আনাৰস, কুঁহিয়াৰ আদি উপকাৰী।

• সৰ্পগন্ধা, নহৰু, শতমূল, তৰমুজ, আমলখি, হেলচি আদিয়ে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে।

• পেটৰ অসুখত কাচকল, ডাবৰ পানী, মছন্দৰী, মানিমুনি, দূতকৰি আদিয়ে ভাল কাম কৰে।

• চৰ্মৰোগত দাদিগদিয়া, সোণাৰু গছৰ ফল, মহানিম, হালধি, বৰগছৰ বাকলি আৰু পাত উপকাৰী।

• যকৃতৰ বেমাৰৰ কাৰণে চিৰতা তিতা, শেৱালি ফুলৰ পাত, বান্দৰদিমা, পিতকচীয়া গছ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

• তিতাকেৰেলা, মিথি, কোৱাভাতুৰী, সিদ্ধিলতা জাম, নয়নতৰা, টুপুৰীলতা আদি গছ বহুমূত্ৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি।

• নয়নতৰা গছ, চজিনা আৰু ডেলাটকৰ ফল কৰ্কট ৰোগ আৰোগ্য লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুলি গৱেষকসকলে নানা ধৰণে গৱেষণা চলাই আছে।

• টুপুৰীলতা, আজ্ঞাচীত গছৰ শিপা, জয়ন্তী গছৰ গুটি গৰ্ভনিৰোধত সহায় কৰে।

• অৰ্শ ৰোগৰ কাৰণে মহানিমৰ শিপা, দেৱীটোকান, তৰাগছ, ওলকচুৰ কাণ্ড ব্যৱহাৰ কৰি সুফল পাব পাৰি।

• জেতুকা, কেঁচা হালধি, নেমুৰ ৰস, তিয়ঁহ, শিলিখা আদি চুলি আৰু ছালৰ উপকাৰী তথা সৌন্দৰ্য বৃদ্ধি কৰে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx