ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৩ বছৰ পিছত ‘সোণৰ সঙ্গী’ লাভ : নীৰজ চোপ্ৰালৈ অভিনন্দন-পত্ৰ অভিনৱ বিন্দ্রাৰ

News Desk by News Desk
August 7, 2021
Reading Time: 1 min read
A A
0
১৩ বছৰ পিছত ‘সোণৰ সঙ্গী’ লাভ : নীৰজ চোপ্ৰালৈ অভিনন্দন-পত্ৰ অভিনৱ বিন্দ্রাৰ

New Logo Very Smal | ASSAM TIMES POST

নিউজ ডেস্কঃ

একমাত্র ভাৰতীয় হিচাবে এতিয়ালৈকে অলিম্পিকৰ ব্যক্তিগত ইভেন্টত সোণ আছিল অভিনৱ বিন্দ্রাৰ নামত। শনিবাৰৰ পৰা এই কৃতিত্বৰ অংশীদাৰ হ’ল নীৰজ চোপ্ৰা। জেভলিনত সোণ জয় কৰি তেওঁ ইতিহাস গঢ়ে।

THE THROW THAT WON #IND A #GOLD MEDAL 😍#Tokyo2020 | #StrongerTogether | #UnitedByEmotion @Neeraj_chopra1 pic.twitter.com/F6xr6yFe8J

— Olympic Khel (@OlympicKhel) August 7, 2021

হাৰিয়ানাৰ ক্রীড়াবিদজনৰ এই কৃতিত্বত সকলোতকৈ বেছি আনন্দিত হৈছে অভিনৱ বিন্দ্রা নিজেই। নীৰজে সোণ জয় কৰাৰ পিছতেই এখন শুভেচ্ছামূলক পত্ৰ লিখে বিন্দ্ৰাই। তাত লিখিছে, “দ্বিতীয় ভাৰতীয় ক্রীড়াবিদ হিচাবে অলিম্পিকত সোণ জয়ৰ বাবে বহুত অভিনন্দন। চাৰি বছৰৰ মূৰত হোৱা বিশ্বৰ সকলোতকৈ বৃহৎ এই ক্ৰীড়া মঞ্চত, য’ত ১১,৭০৭ ক্রীড়াবিদৰ ভিতৰত তিনি শতাংশৰো কমে সোণ জয় কৰে, তাত এই কৃতিত্বৰ সৈতে একোৰে তুলনা নহ’ব।”

বিন্দ্রাই লগতে কয়, “অলিম্পিকত সাফল্যৰ বাবে ক্ষুধার্ত এখন দেশৰ প্রত্যাশাৰ হেঁচা তোমাৰ ওপৰত আছিল, যিটো কাৰণত তোমাৰ কৃতিত্ব আৰু বেছি স্মৰণীয় হৈ থাকিব। জেভলিন হয়তো ভাৰতৰ খুব বেছি মানুহে দেখা নাই, কিন্তু তুমি সেইটোকে সকলোৰে আকর্ষণৰ কেন্দ্রলৈ লৈ আহিলা। লক্ষ লক্ষ মানুহে টিভিত তোমাক দেখিলে।”

And Gold it is for @Neeraj_chopra1 .Take a bow, young man ! You have fulfilled a nation's dream. Thank you!
Also, welcome to the club – a much needed addition! Extremely proud. I am so delighted for you.

— Abhinav A. Bindra OLY (@Abhinav_Bindra) August 7, 2021

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

বিন্দ্রাৰ মতে, নীৰজৰ এই সাফল্যই ভবিষ্যতে দেশত জেভলিনৰ জনপ্রিয়তা বৃদ্ধিত সহায় কৰিব। তেওঁ লিখিছে, “তুমি প্রথম পৰ্যায় অতিক্রম কৰিছা, এইবাৰ সকলো দুৱাৰ তোমাৰ বাবে খোলা। বহু সৰু সৰু ল’ৰা-ছোৱালীয়ে এইবাৰ তোমাক দেখি জেভলিন শিকিব আৰু দেশক গর্বিত কৰোৱাৰ সপোন দেখুৱাব।”

Tags: Featured
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx