![]()
নিউজ ডেস্কঃ
জে’লতেই থাকিব লাগিব ৰাজ কুন্দ্রা। পর্ন-কাণ্ডত তেওঁৰ গ্রেপ্তাৰীৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল ৰাজ আৰু তেওঁৰ সহকাৰী ৰায়ান থৰ্পে। শনিবাৰে তেওঁলোকৰ উক্ত আবেদন খাৰিজ কৰে বম্বে হাইকোৰ্টে।
বম্বে হাইকোৰ্টে জনাইছে যে সকলো নিয়ম মানিয়েই তেওঁক গ্ৰেপ্তাৰৰ নির্দেশ দিছে আদালতে। সেয়া এতিয়াই এই বিষয়ত হস্তক্ষেপ কৰিবলৈ ৰাজী নহয় উচ্চ আদালত।











