![]()
অলিম্পিক মল্লযুঁজত আৰু এটা পদক লাভ ভাৰতৰ৷ ভাৰতৰ পদক সংখ্যা বঢ়ালে বজৰং পুনিয়াই। টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয় ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ। কাজাখস্তানৰ দাউলেত নিয়াজবেকোভক পৰাস্ত কৰে তেওঁ।

© 2020 Assam Times Post. | Powered By Webx