![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী। অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে গ্ৰহণ কৰিলে টকি’অ অলিম্পিকৰ পদক। শনিবাৰে গ্ৰহণ কৰে পদক।
উল্লেখ অলিম্পিকত প্ৰথমগৰাকীৰ পদক বিজয়ী অসমীয়া লাভলীনা। আনহাতে অসমৰ পৰা অলিম্পিক খেলা প্ৰথমগৰাকী মহিলা আছিল গোলাঘাটৰ জীয়ৰী লাভলীনা।

টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত ৬৯ কেজি শাখাত অৱতীৰ্ণ হৈছিল। চেমিফাইনেলত তুৰ্কী প্ৰতিপক্ষ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দেশৰ বাবে দখল কৰে লাভলীনাই।













