![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নাম সলনি।হকীৰ যাদুগৰ মেজৰ ধ্যানচান্দৰ নামত প্ৰদান কৰা হব খেল ৰত্ন বঁটা।টুইটাৰ যোগে এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
উল্লেখ ভাৰতীয় খেল জগতৰ সৰ্ববৃহ সন্মান খেল ৰত্ন। মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা হিচাপে ভাৰত চৰকাৰে এতিয়া পৰা প্ৰদান কৰিব।













