ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ঘৰতে ৰক্তচাপ জোখে নেকি? মনত ৰাখিব এই বিষয়বোৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 5, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ঘৰতে ৰক্তচাপ জোখে নেকি? মনত ৰাখিব এই বিষয়বোৰ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈ হ’লে সময় মতে সেয়া পৰীক্ষা কৰাও জৰুৰী। সকলো সময়তে বাহিৰত গৈ পৰীক্ষা কৰা সম্ভৱ নহয়। সেয়ে বহুতেই ঘৰতেই ৰক্তচাপৰ পৰীক্ষা কৰে। কিন্তু ৰক্তচাপ জোখাৰ ক্ষেত্ৰত এনে কিছু বিষয়ত গুৰুত্ব দিব লাগে, যিবোৰ সম্পর্কে স্পষ্ট ধাৰণা নথকাত বহু ভুল হৈ যায়।

কেনে ভঙ্গীত বহা উচিত?

bb5509e2 61d9 4346 b64f 8cb6ab5f3fa4 | ASSAM TIMES POSTএখন টেবুল সংলগ্ন চকীত বহক। চকীৰ পিছফালে হেলান দিয়ক। হাত দুখন এনেভাৱে টেবুলৰ ওপৰত ৰাখক, যাতে হৃদযন্ত্ৰৰ সমতলত থাকে। এইবাৰ ৰক্তচাপ জোখা কাফটো কিলাকুটিৰ পৰা ২.৫ চেণ্টিমিটাৰ ওপৰত বান্ধক। একেবাৰে ঢিলা বা বহুত টান কোনোটোৱেই নকৰিব। এবার কিলাকুটিৰ ওপৰত হাত দি ব্রেকিয়েল ধমনীৰ অৱস্থান নির্ণয় কৰি স্টেথোস্কোপৰ ডায়েফ্রেম বহাওক। ডায়েফ্রেম কাপোৰৰ ওপৰত নাৰাখিব। মনত ৰাখিব, মিটাৰৰ স্কেলপাত যেন হৃদযন্ত্রৰ সমতলত থাকে।

কোনবোৰ বিষয় মনত ৰাখিব?

১) ৰক্তচাপ জোখা যন্ত্রটোৰ কাফৰ আকাৰ আপোনাৰ উপযুক্ত হয়নে নহয় চোৱাটো প্ৰয়োজন। কিনাৰ সময়ত এইটো খেয়াল ৰাখিব।

২) নিয়মিত ৰক্তচাপ জুখিবলৈ আৰম্ভ কৰাৰ আগতে যন্ত্রটোৱে সঠিক মাপ দেখাইছেনে নাই বুজিবলৈ এজন চিকিৎসকৰ সহায় লওক।

৩) দিনত দুবাৰ ৰক্তচাপ জোখক। প্রথমবাৰ পুৱা উঠি ৰক্তচাপৰ ঔষধ খোৱাৰ আগতে। পিছৰবাৰ সন্ধিয়া সময়ত। প্রতিদিনেই এই নিয়ম মানি চলক।

৪) ৰক্তচাপ পৰীক্ষা কৰাৰ অন্তত আধাঘণ্টা আগৰে পৰা খাদ্য, ধূমপান, এলকহল বা চাহ-কফি এৰাই চলক।

৫) ৰক্তচাপ জোখাৰ সময়ত শান্ত হৈ বহক। বিশেষকৈ ৰক্তচাপ জুখিবলৈ আৰম্ভ কৰাৰ আগতে পাঁচ মিনিটমান চকীত এনেই বহি লওক। তাৰ পিছত ৰক্তচাপ জোখক।

৬) কাপোৰৰ ওপৰত কাফটো নাৰাখিব, ছালৰ ওপৰত ৰাখক।

৭) ৩ মিনিট নহ’লে একেখন হাততে পুনৰ ৰক্তচাপ নুজুখিব।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx