![]()
নিউজ ডেস্কঃ
আৰু এটি পদক নিশ্চিত হ’ল ভাৰতৰ। টকিঅ’ অলিম্পিকত কুস্তিৰ ছেমি ফাইনেলত বিজয়লাভ ভাৰতৰ ৰবি কুমাৰৰ। মল্লযুঁজৰ ৫৭ কেজি শাখাত কাজাখস্তানৰ নুৰিশ্লাম ছেনায়েভৰ বিৰুদ্ধে জয়লাভ কৰে তেওঁ।

© 2020 Assam Times Post. | Powered By Webx