![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
স্বাধীনতা দিৱসত বিশেষ সন্মান দিব পিভি সিন্ধু, মীৰাবাঈ চানু, লাভলীনা বৰগোঁহায়ে। ১৫ আগষ্টত লালকিল্লাত তেওঁলোকক বিশেষ সম্বর্ধনা জনাব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ মতে, কেৱল পদকজয়ীসকলকে নহয়, চলিত টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় অলিম্পিক দলৰ প্রত্যেকগৰাকী সদস্যকে বিশেষ সন্মান জনোৱা হ’ব।











