ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখ্য সচিব হিচাপে বুধবাৰে নিযুক্তি দিয়া হৈছে ডঃ পিকে মিশ্ৰক।
কেবিনেটৰ নিযুক্তি সমিতি (এচিচি)য়ে মিশ্ৰক এই নিযুক্তি প্ৰদান কৰে। ইয়াৰ পূৰ্বলৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল।










