ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দিল্লীত আঢ়ৈ হাজাৰ কোটিৰ হেৰইন উদ্ধাৰ : আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী

News Desk by News Desk
July 10, 2021
Reading Time: 1 min read
A A
0
দিল্লীত আঢ়ৈ হাজাৰ কোটিৰ হেৰইন উদ্ধাৰ : আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হ’ল দেশত। দিল্লী আৰক্ষীৰ বিশেষ চেলে ৩৫৪ কেজি হেৰইন উদ্ধাৰ কৰিছে, যাৰ বজাৰ মূল্য প্রায় আঢ়ৈ হাজাৰ কোটি টকা। ইয়াৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত চাৰিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ মাজৰ তিনিজন হাৰিয়ানা আৰু এজন দিল্লীৰ বাসিন্দা।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, সাম্প্রতিক সময়ত দেশত ইমান বৃহৎ পৰিমাণত ড্ৰাগছ বাজেয়াপ্ত হোৱা নাই। এই ঘটনাৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি বা দেশত কোনো ড্ৰাগছ চক্র সক্রিয় হৈ আছে নেকি তাৰ তদন্ত কৰিছে আৰক্ষীয়ে।

শনিবাৰে এক সংবাদমেলত দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এজন বিষয়া নীৰজ ঠাকুৰে জনাইছে, আফগানিস্তানৰ পৰা উক্ত ড্ৰাগছখিন ভাৰতলৈ আহিছিল। মুম্বাইৰ পৰা দিল্লীলৈ জলপথেৰে সৰবৰাহ কৰা হৈছিল উক্ত ড্ৰাগছ। তেওঁ কয়, ‘‘মধ্যপ্রদেশৰ শিৱপুৰীৰ এটি কাৰখানাত এই ড্ৰাগছখিনি প্রথমে ৰখাৰ পৰিকল্পনা আছিল। তাৰ পিছত সেয়া অন্য স্থানলৈ সৰবৰাহ কৰা হ’লহেঁতেন। তাৰ বাবে ফৰিদাবাদত এটি ঘৰ ভাড়াত লোৱাত হৈছিল।’’ উক্ত ড্ৰাগছ ক্ৰয়ৰ বাবে পাকিস্তানৰ পৰা ধন পঠোৱা হৈছিল বুলিও প্রাথমিকভাৱে আৰক্ষীয়ে জনাইছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT