![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কেন্দ্ৰীয় কেবিনেটৰূপে শপত গ্ৰহণ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দৰবাৰ হলত কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰাই।
উল্লেখ যে সম্প্ৰসাৰিত মোডীৰ মন্ত্ৰীসভাত দুই নম্বৰত শপত গ্ৰহণ কৰে সোণোৱালে। মুঠ ৪৩ গৰাকী মন্ত্ৰীয়ে মোডীৰ মন্ত্ৰীসভাত আজি শপত গ্ৰহণ কৰে।











