![]()
নিউজ ডেস্কঃ
সম্প্রসাৰিত হৈছে কেন্দ্রীয় মন্ত্ৰীসভা। বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা শপত গ্ৰহণ ৪৩ জন নতুন মন্ত্রীৰ। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, অহা বছৰ উত্তৰ প্রদেশৰ নির্বাচন আৰু ২০২৪ চনৰ লোকসভা নির্বাচনৰ কথা মন্ত ৰাখিয়ে গঠন কৰা হৈছে নতুন মন্ত্ৰীসভা। আজি শপত গ্ৰহণ কৰিবলগীয়া নতুন মন্ত্ৰীসকল হৈছে—
১। নাৰায়ণ টাটু ৰানে, ২। সর্বানন্দ সোণোৱাল, ৩। ডাঃ বীৰেন্দ্র কুমাৰ, ৪। জ্যোতিৰাদিত্যা সিন্ধিয়া, ৫। ৰামচন্দ্র প্রসাদ সিং, ৬। অশ্বিনী বৈষ্ণ, ৭। পশুপতি কুমাৰ পাৰস, ৮। কিৰেন ৰিজিজু, ৯। ৰাজ কুমাৰ সিং, ১০। হৰদীপ সিং পুৰী, ১১। মনসুখ মাণ্ডব্য, ১২। ভূপেন্দ্র যাদৱ, ১৩। পুৰুষোত্তম ৰূপালা, ১৪। কিষাণ ৰেড্ডি, ১৫। অনুৰাগ সিং ঠাকুৰ, ১৬। সুনীতা ডুগ্গল, ১৭। পঙ্কজ চৌধুৰী, ১৮। অনুপ্রিয়া পেটেল, ১৯। ডাঃ সত্যপাল সিং বাঘেল, ২০। ৰাজীব চন্দ্রশেখৰ, ২১। শোভা কৰণ্ডলাজে, ২২। ভানু প্রতাপ সিং বর্মা, ২৩। মীনাক্ষী লেখি, ২৪। এ নাৰায়ণ স্বামী, ২৫। অন্নপূর্ণা দেৱী, ২৬। দর্শনা বিক্রম জাৰদোশ, ২৭। কৌশল কিশোৰ, ২৮। অজয় ভাট, ২৯। বি এল বর্মা, ৩০। অজয় কুমাৰ, ৩১। চৌহান দেবুসিং, ৩২। ভগবন্ত খুবা, ৩৩। কপিল মোৰেশ্বৰ পাটিল, ৩৪। প্রতিমা ভৌমিক, ৩৫। ডাঃ সুভাষ সৰকাৰ, ৩৬। ডাঃ ভগৱত কিষাণৰাও কাৰাট, ৩৭। ডাঃ ৰাজকুমাৰ ৰঞ্জন সিং, ৩৮। ডাঃ ভাৰতী প্রবীণ পাৱাৰ, ৩৯। বিশ্বেশ্বৰ টুডু, ৪০। শান্তনু ঠাকুৰ, ৪১। ডাঃ মুঞ্জাপাড়া মহেন্দ্রভাই
৪২। জন বার্লা











