ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ফেচবুকত ধেমালি কৰিবলৈ গৈ মৃত্যু সদ্যোজাতৰ, আত্মহত্যা দুজনৰ

News Desk by News Desk
July 5, 2021
Reading Time: 1 min read
A A
0
ফেচবুকত ধেমালি কৰিবলৈ গৈ মৃত্যু সদ্যোজাতৰ, আত্মহত্যা দুজনৰ

প্ৰতীকি ছবি

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

ফেচবুকত ধেমালি কৰিবলৈ গৈ মর্মান্তিক পৰিণতি। কেৰালাত মৃত্যু হ’ল এক সদ্যোজাত শিশুৰ। ঘটনাৰ তদন্তত নামি আৰক্ষীৰ চকু কপালত উঠে। কেৱল উক্ত সদ্যোজাতেই নহয়, সমগ্ৰ ঘটনাৰ চিত্রনাট্য লিখিছিল যি দুজনে, তেওঁলোকেও আত্মহত্যা কৰে নদীতে জাঁপ দি। জানিব পৰা মতে, যোৱা জানুৱাৰী মাহত কেৰালাৰ কোল্লাম জিলাৰ কাল্লুভাতুক্কাল গাঁৱত শুকান পাতৰ স্তূপৰ পৰা উদ্ধাৰ হৈছিল উক্ত সদ্যোজাত। হস্পিটেলত ভর্তি কৰোৱা হ’লেও পিছত মৃত্যু হয় শিশুটিৰ।

শিশুটিৰ ডিএনএ নমুনাৰ আঁত ধৰিয়েই তাৰ মাতৃ ৰেছমাৰ ওচৰত উপনীত হয় আৰক্ষী। তেওঁক জেৰা কৰাৰ পিছত জনা যায়, ফেচবুকত এজনৰ সৈতে প্রেমৰ সম্পর্কত জড়িত হৈ পৰিছিল তেওঁ। স্বামীক এৰি উক্ত ব্যক্তিজনৰ সৈতে পলোৱাৰ সিদ্ধান্ত লয় ৰেছমাই। আৰু তাকে কৰিবলৈ গৈয়েই সন্তানক শুকান পাতৰ দ’মত পেলাই থৈ আহিছিল তেওঁ।

তদন্তত আৰক্ষীয়ে আৰু জানিব পাৰে, ৰেছমাৰ ননদ আৰু ভাতৃৰ ছোৱালীয়ে নিজেই ধেমালিৰ ছলেৰে উক্ত ঘটনা ঘটায়। তেওঁলোকেই ফেচবুকত ভুৱা একাউণ্ট খুলি ৰেছমাৰ সৈতে ধেমালি কৰিছিল। আৰক্ষীয়ে এই বিষয়ে তেওঁলোকক মাতি সোধাপোছা কৰাৰ পিছতেই জানিবলৈ পাৰে যে এই ধেমালিৰ কাৰণে ৰেছমাৰ মাত্ৰ কেইদিনমানৰ সন্তানৰ মৃত্যু হৈছে।

তাতোকৈ ডাঙৰ কথা, তাৰ এদিন পিছতে আৰক্ষীৰ ওচৰলৈ খবৰ যায়, নদীত জাঁপ দি আত্মহত্যা কৰে দুয়োজনে। আৰক্ষীয়ে জনায়, ৰেছমাক ন্যায়িক জিম্মালৈ পঠোৱা হৈছিল যদিও কোভিডত আক্রান্ত হোৱাৰ বাবে কোৱাৰেণ্টাইনত আছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT