ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১২জনে মিলি ৫জনক হত্যা, পুতি থলে ৮ ফুট দ গাঁতত !

News Desk by News Desk
June 30, 2021
Reading Time: 1 min read
A A
0
১২জনে মিলি ৫জনক হত্যা, পুতি থলে ৮ ফুট দ গাঁতত !

প্ৰতীকি ফটো

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

এমাহৰো বেছি সময় ধৰি সন্ধানহীন এটা পৰিয়ালৰে ৫ জন। ইফালে–সিফালে বিচাৰ-খোচাৰ কৰি নাই কোনো সন্ধান। মাজে মাজে ছচিয়েল মিডিয়াত সন্ধানহীন এজনৰ পোষ্ট আহে, ‘ভালে আছো, সকলো একেলগে আছো।’ তাতেই সন্দেহ বাঢ়ে আৰক্ষীৰ। সন্দেহজনক লোকক জেৰা কৰি ৮ ফুট গভীৰ গাঁত খন্দা হয়। তাৰ পৰা উদ্ধাৰ হয় ৫ জনৰ মৃতদেহ। ঘটনাটো মধ্যপ্রদেশৰ দিৱাছৰ।

১৩ মে’ৰ পৰা সন্ধানহীন মমতা (‌৪৫)‌, তেওঁৰ জীয়ৰী ৰূপালী (‌২১)‌, দিব্যা (‌১৪)‌ আৰু ৰূপালীৰ খুড়াকৰ দুই ভাই–ভনী। আৰক্ষীয়ে জনোৱা মতে, ৰূপালীৰ সৈতে সম্পর্ক আছিল তেওঁলোকৰ ঘৰৰ মালিক সুৰেন্দ্র ৰাজপুতৰ। সেই সুৰেন্দ্রয়েই ঘটায় এই লোমহৰ্ষক কাণ্ড। সঙ্গী আছিল প্রায় এক ডজন লোক। সুৰেন্দ্র আৰু আন চাৰিজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। বাকী সাতজন পলাতক।

মৃতদেহকেইটা কবৰ দিয়াৰ বাবে দ গাঁত খন্দা কামত এই লোক কেইজনৰ সহায় লৈছিল সুৰেন্দ্রই। হত্যাৰ আগৰ পৰাই গাঁত খন্দা আৰম্ভ কৰিছিল। আৰক্ষীয়ে জনাইছে, পাঁচজনৰ বাবে পৃথককৈ পাঁচটা কবৰ খন্দা হৈছিল। কোনোটো মৃতদেহৰ গাতে একো কাপোৰ নাছিল। মৃতদেহত সানি দিয়া হৈছে নিমখ আৰু ইউৰিয়া, যাতে সোনকালে পচি মাটিৰ সৈতে মিহলি হৈ যায়।

ঘটনাৰ বিৱৰণী মতে, সুৰেন্দ্র প্রায়েই ৰূপালীহঁতৰ ঘৰলৈ গৈছিল। তেওঁৰ সৈতে সম্পর্ক থকাৰ পিছতো অন্য এগৰাকীক বিয়া কৰাব ঠিক কৰে সুৰেন্দ্রই। তাতেই খঙৰ কোবত ৰূপালীয়ে ছচিয়েল মিডিয়াত সেই বাগদত্তাৰ ছবি পোষ্ট কৰি ফোন নম্বৰ প্রকাশ কৰি দিয়ে। ইয়াতেই খঙত অগ্নিশৰ্মা হৈ ৰূপালী আৰু তেওঁৰ পৰিয়ালৰ ৫ জনক হত্যা কৰে। হত্যাৰ পিছত ৰূপালীৰ ফোনৰ পৰাই ছচয়েল মিডিয়াত মেছেজ কৰি থাকে। ৰূপালী আন ক’ৰবাত বিয়া হৈছে। তেওঁৰ লগতেই আছে মা-ভগ্নীসকল। আৰক্ষীৰ সন্দেহ হোৱাত ৰূপালীৰ ফোন ট্ৰেক কৰে। তাৰ পিছতে ওলাই পৰে জোলোঙাৰ মেকুৰী।

Tags: Featured
Share4Tweet3Send

Related Posts

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন
DIPHU

KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx