ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ইউৰো কাপত অঘটন : ফুটবল জীৱন শেষ হোৱাৰ দিশে ডেনমাৰ্কৰ মিডফিল্ডাৰ এৰিকছনৰ !

ASSAM TIMES POST by ASSAM TIMES POST
June 13, 2021
Reading Time: 1 min read
A A
0
ইউৰো কাপত অঘটন : ফুটবল জীৱন শেষ হোৱাৰ দিশে ডেনমাৰ্কৰ মিডফিল্ডাৰ এৰিকছনৰ !

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

logo new 2 1 | ASSAM TIMES POST

নিউজ ডেক্স:

শনিবাৰে নিশা সমগ্ৰ বিশ্বৰ ফুটবল সমর্থকসকলৰ মনত সৃষ্টি হয় তীব্ৰ আশঙ্কাৰ। ইউৰো কাপত গ্রুপ বিৰ মেচত মুখামুখী হৈছিল ডেনমার্ক আৰু ফিনলেণ্ড। ৪২ মিনিটৰ অন্তত হঠাৎ খেলপথাৰৰ ভিতৰতে পৰি যায় এৰিকছন। লগে লগে তেওঁক চিপিআৰ দিয়ে ডেনমার্কৰ অধিনায়ক ছাইমন কায়েৰে।

746aa07b c91c 4538 a82f cf2110eda7eb | ASSAM TIMES POST

ইয়াৰ পিছত চিকিৎসক আহিলত তেওঁলোকক ঘেৰি দেৱাল নিৰ্মাণ কৰে ফুটবলাৰসকলে। সেই সময়ত তেওঁলোকৰ কান্দোনে বুজাই দিছিল যে সতীর্থৰ এনে অৱস্থাত তেওঁলোক মানসিকভাবে কিমান ভাঙি পৰিছে।

১০ মিনিট পিছত এৰিকছনক লৈ যোৱা হয় হস্পিটেললৈ। স্থগিত ৰখা হয় মেচ। ভাৰতীয় সময় নিশা ১২ বজাত খেলৰ যিখিনি অংশ বাকী আছিল সেয়া পুনৰ আৰম্ভ কৰা হয়। ফিনলেণ্ডৰ হৈ গ’ল কৰে জোৱেল পহযানপালোৰাই। গ’লৰ পিছত কোনো উচ্ছ্বাস প্রকাশ কৰা দেখা নগ’ল ফিনলেণ্ডৰ ফুটবলাৰসকলক।

হৃদৰোগ বিশেষজ্ঞৰ মতে ক্রিষ্টিয়ান এৰিকছনে আৰু ফুটবল খেলিব নোৱাৰিব। হৃদৰোগত আক্রান্ত হৈ থাকিলে ইটালিত ইণ্টাৰ মিলানৰ হৈও আৰু খেলাৰ সম্ভাৱনা নাই তেওঁৰ। ইয়াৰ আগতে কোনোদিন হৃদৰোগৰ কোনো সমস্যা ধৰা পৰা নাছিল তেওঁৰ।

শনিবাৰে নিশা ফিনলেণ্ডৰ বিৰুদ্ধে খেলত ডেনমার্কৰ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ এৰিকছন হঠাৎ খেলপথাৰত বাগৰি পৰে। খেলপথাৰতে ১০ মিনিট চিকিৎসা কৰাৰ পিছত হস্পিটেললৈ লৈ যোৱা হয়। তাত তেওঁ জ্ঞান ঘূৰাই পালেও কি কাৰণত বাগৰি পৰিছিল সেয়া এতিয়াও স্পষ্ট নহয়। অনুমান কৰা হৈছে যে হৃদৰোগৰ কোনো সমস্যাৰ কাৰণে এনে ঘটিছিল।

উল্লেখ্য, হৃদৰোগৰ সমস্যা থাকিলে ইটালিত ফুটবল খেলা নিষিদ্ধ। মিলানৰ হৈ খেলে এৰিকছনে। হৃদৰোগৰ কোনো সমস্যা ধৰা পৰিলে ইটালিত তেওঁৰ পক্ষে খেলাটো সম্ভৱ নহয়। হৃদৰোগ বিশেষজ্ঞ স্কট মাৰেই এক সাক্ষাৎকাৰত কয়, “তেওঁৰ ফুটবল কেৰিয়াৰ প্ৰায় শেষ বুলিয়েই অনুমান হৈছে।

ইটালিৰ আইন অনুযায়ী কোনো খেলুৱৈৰ হৃদৰোগ থাকিলে তেওঁক খেলত অংশগ্রহণ কৰিব দিয়া নহয়।”
মাৰেৰ মতে ইচিজি কৰাৰ পিছতহে পৰিষ্কাৰ হ’ব কি কাৰণত এৰিকছনৰ এনে হৈছিল।

অৱশ্যে ১১ বছৰৰ ফুটবল কেৰিয়াৰত হৃদৰোগৰ কোনো সমস্যা নাছিল তেওঁৰ। হঠাৎ কিয় এনে হ’ল সেয়া জানিবৰ বাবে উদগ্রীৱ ফুটবল বিশ্ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sports News
Share6Tweet4Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
ADVERTISEMENT
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026
50
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d