ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কুৰিতেই বুঢ়ী? যৌৱন ধৰি ৰাখিবলৈ নিয়মিত খাওক এই কেইবিধ

ASSAM TIMES POST by ASSAM TIMES POST
June 9, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কুৰিতেই বুঢ়ী? যৌৱন ধৰি ৰাখিবলৈ নিয়মিত খাওক এই কেইবিধ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

স্বাস্থ্য প্ৰতিবেদন:

এসময়ত যি সমস্যা চল্লিছতো দেখা নিদিছিল, সেয়া এতিয়া কুৰিৰ ঘৰত ভৰি নিদিওঁতেই চেহেৰাত ফুটি উঠে। বয়স যিয়েই নহওক, কম বয়সতেই বুঢ়া-বুঢ়ীৰ দৰে চেহেৰা হৈ গৈছে বহুতৰে।

ছালত বলিৰেখা, চুলি পকি যোৱা, চকুৰ গুৰিত ক’লা পৰা, শৰীৰত বিষ। ইয়াৰ কাৰণ! বিশেষজ্ঞসকলে জনাইছে, চাপৰ কাৰণেই এই চাপবোৰ কম বয়সীয়াসকলৰ চেহেৰাত পৰিছে।

তাৰ উপৰি জীৱন যাত্রাৰ মানৰ তাৰতম্য হ’লে, অত্যধিক মাত্রাত নিসংগ হৈ সময় কটালে, মদ্যপান, ধুমপানৰ কাৰণেও এই সমস্যা দেখা দিয়ে। চেহেৰাত যৌৱন ধৰি ৰাখিবলৈ নির্দিষ্ট কিছু খাদ্যৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে।

১. ওটছ:

OTS FOOD | ASSAM TIMES POSTইয়াত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে। যিয়ে হজম শক্তি বঢ়ায়। শৰীৰ সতেজ ৰাখে। শৰীৰ ক্লান্ত নহয়। ব্রেকফাষ্টত নিয়মিত ওটছ খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে। 

২. ডার্ক চকলেট :

dark chocolate and cocoa beans on a table | ASSAM TIMES POSTইয়াত আছে কেফেইন আৰু এন্টি অক্সিডেন্ট। যিয়ে চেহেৰাত বয়সৰ ছাপ পৰিব নিদিয়ে। ইয়াৰ উপৰি ই শক্তি যোগান ধৰে। সেয়ে মিঠাইৰ সলনি ডার্ক চকলেট খোৱাৰ পৰামর্শ দিয়ে। 

৩. মিঠা আলু :

3ecaecd1 9f59 460f 9260 a095fb361724 | ASSAM TIMES POSTইয়াত প্রচুৰ পৰিমাণে ভিটামিন এ আছে। যিয়ে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। চকুৰ বাবেও যথেষ্ট উপকাৰী। চালাডৰ সৈতে খোৱাৰ পৰামর্শ দিয়ে পুষ্টিবিদসকলে। 

৪. গাখীৰ :

how to figure out what kind of milk to drink | ASSAM TIMES POSTপ্রোটিন আৰু কেলচিয়ামেৰে ভৰপূৰ গাখীৰ দৈনিক ডায়েটত ৰাখিবলৈ কয় বিশেষজ্ঞসকলে। নিয়মিত খালে হাড় আৰু পেশী মজবুত থাকে। শৰীৰো হাইড্রেটেড থাকে। ছালৰ বলিৰেখা দূৰ কৰাত সহায় কৰে গাখীৰে। 

৫. কল :

271157 2200 732x549 1 | ASSAM TIMES POSTকলত আছে ভিটামিন, পটাচিয়াম, আয়ৰন। এনার্জি বুস্ট কৰে কলে। ফলত কামৰ মাজত ক্লান্তি সহজতে নাহে। শুষ্ক ছালৰ বাবেও অতি উপকাৰী কল। 

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx