প্রতিদিনৰ কামৰ চাপৰ ফলত কোনোৱে কাকো সময় দিব নোৱাৰা হৈছে। স্বামী-স্ত্ৰী দুয়োৱেই নিজৰ কামত ব্যস্ততাৰ বাবে সম্পর্কত ফাট মেলা, বিবাহ-বিচ্ছেদৰ দৰে সমস্যাই গা কৰি উঠিছে। অৱশ্যে দাম্পত্য জীৱনক শক্তিশালী কৰি ৰাখিবলৈ হ’লে কেৱল শাৰীৰিক নহয়, মানসিকো দৈহিক দিশৰ পৰা পাৰফেক্ট হ’ব লাগিব। সেয়া নহ’লেই বাঢ়িব বিপদ। সামান্য ঘৰুৱা কেইটামান খাদ্য খালেই দাম্পত্য প্রেম আৰু মজবুত হ’ব আৰু তাৰ লগে লগে যৌন মিলনো অধিক মজবুত হ’ব, জানিলে অবাক হ’ব।
ক’লা আঙুৰ:
ক’লো আঙুৰ শৰীৰৰ বাবে কিমান উপকাৰী সেয়া কম-বেছি পৰিমাণে সকলোৰেই জ্ঞাত। গৱেষণাত দেখা গৈছে, ক’লো আঙুৰ আপোনাৰ শৰীৰী উত্তেজনা বঢ়াবলৈ অনেক সক্ষম। ক’লো আঙুৰৰ ৰস শৰীৰত প্রৱেশ কৰিলেই যাদুৰ দৰে কাম আৰম্ভ কৰিব। দাম্পত্য প্রেমক মজবুত কৰিবলৈ ক’লা আঙুৰৰ লগত প্ৰেম কৰা ভাল। প্রতিদিনে খাদ্যৰ পাতত ৰাখক ক’লো আঙুৰ।
আদা:
ডিঙিত বিষ, কাহ হ’লেই সাধাৰণতে আদাৰ কথা সকলোৰেই মনত পৰে। অৱশ্যে কেৱল হাচি-কাহেই নহয়, যৌন উত্তেজনা বঢ়াবলৈও আদাৰ সহায় ল’ব পাৰে। সঙ্গমত লিপ্ত হোৱাৰ পূৰ্বে মুখত এক টুকুৰা আদা ভৰাই লওক আৰু নিজেই চাওক যাদু।
নহৰু:
স্বাস্থ্যৰ বাবেই কেৱল নহয়, শাৰীৰিক মিলনতো ভীষণ উপকাৰী নহৰু। বিষ-বেদনাৰ উপৰি এক কোঁহ নহৰুৰ মাজতেই লুকাই আছে যৌনতাৰ অন্য সোৱাদ।
ব্রকোলি:
ভিটামিন চি সমৃদ্ধ ব্রকোলিত আছে প্রচুৰ গুন। কেৱল শৰীৰৰ বাবেই উপকাৰী নহয়, বৰং যৌন ক্রিয়াকো সঠিক পথত পৰিচালনা কৰে এই ব্রকোলিয়ে। নিয়মিত খাদ্যৰ পাতত ব্রকোলি খাওক। চালাড কিম্বা ৰন্ধনত ব্রকোলি ৰাখক আৰু নিজেই পাৰ্থক্য অনুভৱ কৰক।
লং:
প্রাচীনকালৰ পৰাই যৌন চিকিৎসাত লঙৰ ব্যৱহাৰ বহুল প্রচলিত। বিশেষকৈ পুৰুষসকলৰ বাবে খুবেই উপকাৰী এই লং।পুৰুষসকলৰ শিথিলতা দূৰ কৰিবলৈ ই এটি অন্যতম ভেষজ নিদান। যৌন মিলনত লিপ্ত হোৱাৰ পূৰ্বে এটি লং মুখত ল’লেই আপুনি বিচৰাখিনি পাব। অৱশ্যে কেৱল যৌনতাই নহয়, মুখৰ দুর্গন্ধ দূৰ কৰিবলৈও কার্যকৰী লং।













