ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ধনশিৰিত সন্দেহযুক্ত ডিএনএলএৰ সৈতে সেনা-আৰক্ষীৰ মুখামুখী সংঘৰ্ষ :নিহত ৬

মৃত্যু সংখ্যা ৮ লৈ বৃদ্ধি

ASSAM TIMES POST by ASSAM TIMES POST
May 23, 2021
Reading Time: 1 min read
A A
0

RELATED POSTS

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

logo new 2 1 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে মুখামুখী সংঘৰ্ষ ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱতি নিশা হোৱা উক্ত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

WhatsApp Image 2021 05 23 at 8.55.21 AM 1 e1621740702157 | ASSAM TIMES POSTকাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ নেতৃত্বত অসম ৰাইফলচৰ জোৱান আৰু আৰক্ষীৰ সৈতে ধনশিৰিৰ মিচিবাইলুঙত হৈছিল উক্ত মুখামুখী সংঘৰ্ষ ৷ নিহত উগ্ৰপন্থী সদস্য সকলৰ মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই ৷ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৪ টা Ak47 ৰাইফল আৰু কেইবাটাও লঘু মৰণাস্ত্ৰৰ লগতে কেইবাজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

উল্লেখযোগ্যযে, যোৱা ১৯ মেত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত দূৰ্বৃত্তৰ গুলীত সঞ্জয় ৰংহাঙ নামৰ এজন পুৰোহিত নিহত হৈছিল ৷ তেতিয়াৰ পৰাই সৰৱ হৈ পৰিছিল কাৰবি আংলং আৰক্ষী ৷ নৱনিযুক্ত কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল নিৰন্তৰ এলানি অভিযান ৷

শেহতীয়াকৈ জানিব পৰা অনুসৰি ধনশিৰি মিচিবাইলুঙত ডিএনএলএৰ সেনা- আৰক্ষীৰে মুখামুখী সংঘৰ্ষত ডিএনএৰ কেডাৰৰ মৃত্যু সংখ্যা ৮ লৈ বৃদ্ধি হৈছে ৷ ইয়াৰে ৬ জনক চিনাক্ত কৰা হৈছে ৷ নিহত কেডাৰ কেইজন ক্ৰমে, অমৰজিৎ ওৰফে ৰন্দীৰ নিকেন ওৰফে দনখান,তামিলওৰফে ৰিংচা একচন, বেলমিট আৰু প্ৰিতম বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: breaking news
Share32Tweet20Send

Related Posts

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

by ASSAM TIMES POST
August 25, 2026
54
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

by News Desk
August 25, 2026
52
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

by News Desk
August 25, 2026
58
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d