ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : এইবাৰ আহিছে ক’ৰোনাতকৈও ভয়াৱহ ভাইৰাছ ‘ব্লেক ফাংগাছ’ ! সাৱধান হওক, সুৰক্ষিত থাকক:

ASSAM TIMES POST by ASSAM TIMES POST
May 11, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : এইবাৰ আহিছে ক’ৰোনাতকৈও ভয়াৱহ ভাইৰাছ ‘ব্লেক ফাংগাছ’ ! সাৱধান হওক, সুৰক্ষিত থাকক:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

প্রতিদিনে আতঙ্কৰ মাত্রা বঢ়াই গৈ আছে ক’ৰোনা ভাইৰাছে। দেশ তথা ৰাজ্যজুৰি আক্রান্ত হৈছে হাজাৰ হাজাৰ লোক। প্রতিদিনে বৃদ্ধি পাইছে মৃত্যুও। তাৰ মাজতে সেই ভয় আৰু বৃদ্ধি কৰি উদ্ভৱ হ’ল নতুন এক ৰোগৰ। সাধাৰণ ভাষাত যাক কোৱা হয় কৃষ্ণ ভেকুৰ বা ‘ব্লেক ফাংগাছ’ সংক্রমণ। বিজ্ঞানৰ ভাষাত এই ৰোগৰ নাম মিউকৰ মাইকোচিছ। ইয়াৰ মাজতে ইয়াৰ ভয়ানক সংক্রমণ সম্পর্কে মানুহক সচেতন কৰিবলৈ গাইডলাইন জাৰি কৰিছে আইচিএমআৰে। কোভিডতকৈও এই ভেকুৰৰ আক্রমণত মৃত্যুৰ হাৰ বহু গুণ বেছি।

কেৱল সেয়াই নহয়, ক’ৰোনাত য’ত সংক্রমণৰ পিছত মানুহৰ মৃত্যু হয় এক বা দুই শতাংশ, এই ভেকুৰৰ ক্ষেত্রত সেয়া প্রায় পঞ্চাশ শতাংশৰ ওচৰত। বিজ্ঞানীসকলে জনাইছে, কৰোনাৰ সৈতে যুঁজি যুঁজি এনেই শৰীৰ কাহিল হৈ পৰে, প্রায় ধৰাশায়ী হৈ পৰে হাওঁফাওঁ। ঠিক তেনে সময়তেই শৰীৰত আক্ৰমণ কৰিব পাৰে মিউকৰ মাইকোচিছে। আৰম্ভণিতে ধৰা পৰিলেই ৰোগ যে উপশম হ’ব তেনে নহয়।

সামান্যতম অৱহেলা কৰিলেই হ’ব পাৰে ডাঙৰ বিপদ। কেৱল মৃত্যুৱেই নহয়, আশঙ্কা আছে দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰো। মহাৰাষ্ট্রত ইতিমধ্যে এই ৰোগত আক্রান্ত হৈ মৃত্যু ঘটিছে আঠজন ৰোগীৰ। গুজৰাটৰ চুৰাটত দৃষ্টিশক্তি হেৰুৱাইছে সাতজনে।

এই বিপদজনক পৰিস্থিতি চম্ভালিবলৈ দেওবাৰেই নিৰ্দেশনা জাৰি কৰিছে আইচিএমআৰে।

কাৰ ক্ষেত্রত আক্রান্ত হোৱাৰ সম্ভাৱনা সকলোতকৈ বেছি?

swarajya 2021 05 52427f06 6b03 4caa 812d b53d73e9fefc 6566ye665j | ASSAM TIMES POSTবিজ্ঞানীসকলৰ মতে, ডাযয়েবেটিছৰ প্রবল সমস্যাত ভোগা মানুহ, চিকিৎসাত ষ্টেৰয়েড ব্যৱহাৰ কৰা ব্যক্তি, বহু দিন ধৰি আইচিচিইউত ভর্তি ৰোগী, সদ্য অঙ্গ প্রতিস্থাপন হোৱা অথবা কেন্সাৰত আক্রান্ত হোৱা অথবা ভৰিকোনাজল থেৰাপি লোৱা ৰোগীসকলৰ ক্ষেত্রত আক্রান্ত হোৱাৰ সম্ভাৱনা প্রবল। বিপদ সৃষ্টি হ’ব পাৰে সদ্য কৰোনাৰ পৰা মুক্তি পোৱা ৰোগীসকলৰ ক্ষেত্রতো। শৰীৰত ষ্টেৰয়েড ব্যৱহাৰৰ কাৰণে এনেই দুর্বল হৈ পৰে ইমিউনিটি, আৰু তাৰ আঁত ধৰিয়েই শৰীৰত বাহ বান্ধে এই ৰোগে।

ৰোগৰ লক্ষণবোৰ :

ক’ৰোনাৰ দৰেই শ্বাস-প্রশ্বাসৰ মাধ্যমেৰেই শৰীৰত প্রবেশ কৰে কৃষ্ণ ভেকুৰ। চিকিৎসকসকলে কয়, চকু বা বা নাকৰ আশপাশে ৰঙা পৰা আৰু বিষ হোৱা, নাক বন্ধ, নাকৰ পৰা বাহিৰ ওলোৱা তৰলৰ ৰং ক’লা বা ৰঙা হৈ যোৱা, জ্বৰ, মূৰৰ বিষ, কাহ, শ্বাসকষ্ট, তেজবমি, মুখৰ এফালে প্রবল বিষ, ফুলি যোৱা, দাঁতৰ বিষ, দাঁত উঠি অহাৰ দৰে সমস্যা, ক্রমশ দৃষ্টিশক্তি কমি অহা, ডাবল ভিজনৰ সমস্যা বা মানসিক সমস্যা সৃষ্টি হোৱা এনে ধৰণৰ উপসর্গ দেখিলেই পৰীক্ষা কৰাওক। কাৰণ অৱহেলা কৰিলে ভৰিব লাগিব পাৰে জীৱনৰ মূল্য।

কেনেদৰে ৰুধিব এই ভেকুৰৰ আক্রমণ :

চিকিৎসকৰ মতে, মাৰাত্মক সংক্রামক হ’লেও সচেতন থাকিলে এই ৰোগ প্রতিৰোধ সম্ভব। যিকোনো ধূলিময় স্থানলৈ গ’লে অৱশ্যেই ব্যৱহাৰ কৰক মাস্ক। মাটি বা বর্জ্যৰ কামৰ সময়ত ব্যৱহাৰ কৰক দীঘল ট্রাউজাৰ আৰু গ্লভছ। হাইপাৰগ্লাইছেমিয়া নিয়ন্ত্রণত ৰখা, ক’ৰোনাৰ পৰা মুক্তিৰ পিছত সর্বদা নজৰ ৰাখক শৰীৰৰ শর্কৰাৰ পৰিমাণৰ ওপৰত। অক্সিজেন কনছেনট্রেটৰত সকলো সময়তে ডিছটিল্ড ৱাটাৰ ব্যৱহাৰ কৰক।

ক’ৰোণাৰ পৰা মুক্তিৰ পিছত বহুতেই কাহিল হৈ পৰিছে কৃষ্ণ ভেকুৰৰ আক্রমণত। সেয়ে আইচিএমআৰৰ পৰামর্শ, উপসর্গ দেখিলে আওকাণ নকৰিব। লগে লগে পৰীক্ষা কৰাওক। সময় মতে ব্যৱস্থা ল’লে সিমান মাৰাত্মক হৈ উঠিব নোৱাৰে এই ৰোগ। কিন্তু অৱহেলা কৰিলে কৃষ্ণ ভেকুৰৰ আক্রমণ হৈ উঠিব পাৰে স্বাভাৱিকতে ভয়ঙ্কৰ।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx