নিউজ ডেস্কঃ
কাৰাৰুদ্ধ অৱস্থা শিৱসাগৰ সমষ্টি পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা অখিল গগৈ নতুন ঠিকনা।দিছপুৰ বিধায়ক আৱাসৰ ৫৩ নং কুটীৰ হব গগৈ নতুন ঠিকনা।
গুৰুত্বপূৰ্ণ পূৰ্ব আৱাসটোত আছিল অগপ তেজপুৰ বিধায়ক বৃন্দাবন গোস্বামী।
উল্লেখ ১০৮নং শিৱসাগৰ সমষ্টিৰ পৰা প্ৰথমবাৰ বাবে নিৰ্বাচিত হৈছে বিধানসভালৈ গগৈ।